DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন বিভাগৰ তৎপৰতাত চামগুৰিৰ ভৰাগুৰিত পিঞ্জৰাৱদ্ধ বনৰজা

বিদ্যুৎ জ্যোতি বৰা by বিদ্যুৎ জ্যোতি বৰা
December 16, 2018 1:00 pm
5b61cf20-b75f-4762-9eb0-9ae94fc86ce2

বন বিভাগৰ তৎপৰতাত চামগুৰি ভৰাগুৰিত পিঞ্জৰাৱদ্ধ হোৱা নাহৰফুটুকীটো। ফটো : নৰ্থইষ্ট নাও

885
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিভাগ অধীনৰ উদমাৰী খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত বৃহত্তৰ চামগুৰিৰ ভৰাগুৰি অঞ্চলত দীৰ্ঘ দিন ধৰি সন্ত্ৰাস চলাই অহা বন ৰজাটো পিঞ্জৰাৱদ্ধ হোৱাত অঞ্চলবাসীয়ে স্বস্তিৰ নিশ্বাস এৰা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে, চোৱাং সংৰক্ষিত বনাঞ্চলৰ পৰা কিছু দিনৰ আগতে এটা নাহৰফুটুকী বাঘে চাপানলা, উদমাৰী, পদুমণি, কঠালগুৰি, ভৰাগুৰি অঞ্চল আদিত প্ৰৱেশ কৰি কেইবাটাও পশুধন নিধন কৰি সন্ত্ৰাস চলাই আহিছিল।

ইয়াৰ পাছতে বন বিভাগে গোপন তথ্যৰ ভিত্তিত দুদিন আগতে ভৰাগুৰি অঞ্চলৰ  ঘন জংঘলত এটা লোৰ পিঞ্জৰা পাতি ৰাখে আৰু আজি পুৱা বন বিভাগৰ গোপন পিঞ্জৰাত বন্দী হৈ পৰে নাহৰফুটুকীটো ।

পৰবৰ্তী সময়ত উদমাৰী খণ্ড বন কাৰ্যালয়ৰ বনৰক্ষী দল এটা ঘটনাস্থলীত উপস্থিত হৈ বাঘটো উদ্ধাৰ কৰি শালনা ৰেঞ্জত চমজাই দিয়ে।

আনহাতে, শালনা বন বিভাগে উক্ত নাহৰফুটুকী বাঘটো কাজিৰঙাস্থিত ৰেচকিউ কেম্পলৈ প্ৰেৰণ কৰে বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে, উদমাৰী বন বিভাগক চামগুৰিবাসীয়ে  শলাগ লৈছে ।

Recent News

Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd