• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত নাহৰফুটুকী বাঘৰ আক্ৰমণত এজন লোক আঘাতপ্ৰাপ্ত; ৮ ঘণ্টাৰ অন্তত ট্ৰেংকুলাইজ

NE NOW NEWS এন ই নাও নিউজ
ডিব্ৰুগড় , November 15, 2019 11:35 am

1 min read

leopard
26.4k
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলাৰ পল্টনবজাৰ অঞ্চলত বৃহস্পতিবাৰে এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘৰ আক্ৰমণ এজন লোক আঘাতপ্ৰাপ্ত হয়।

বন বিভাগে প্ৰয়োজনীয় ট্ৰেংকুলাইজাৰ নথকাৰ বাবে নাহৰফুটুকী বাঘটো ট্ৰেংকুলাইজ কৰিবলৈ প্ৰায় আঠ ঘণ্টাৰো অধিক সময় লয়।

স্থানীয় নাগৰিকে জনোৱা মতে, নাহৰফুটুকী বাঘটোৱে পল্টনবজাৰ অঞ্চলৰ মাহতাব আহমেদ নামৰ এগৰাকী লোকৰ ঘৰত নিশা প্ৰায় ৯ বজাত প্ৰবেশ কৰে।

ৰান্ধনি ঘৰত আশ্ৰয় লোৱা নাহৰফুটুকীটোৰ আক্ৰমণত আমামুদ্দিন আহমেদ নামৰ এজন লোক আঘাতপ্ৰাপ্ত হয়।

বাঘটোৰ উপস্থিতিত আতংকিত হৈ পৰা লোকসকলে বনবিভাগৰ সৈতে যোগাযোগ কৰাত ঘটনাস্থলীত বন বিভাগৰ লোক  উপস্থিত হয় যদিও তেওঁলোকৰ হাতত প্ৰয়োজনীয় ট্ৰেংকুলাইজাৰ নথকা বাবে দীৰ্ঘসময় ধৰি বাঘটোক উদ্ধাৰ কৰিব পৰা নাছিল।

অৱশেষত কাজিৰঙা আৰু ডিব্ৰু-ছৈখোৱাৰ পৰা অহা পাঁচজনীয়া বনবিভাগৰ চিকিৎসকৰ প্ৰচেষ্টাত নাহৰফুটুকীটোক ট্ৰেংকুলাইজ কৰি উদ্ধাৰ কৰা হয়।

Recent News

a mam

তামুলপুৰৰ বিভিন্ন ঠাইত আছুৰ প্ৰতিবাদ, ক’লা পতাকা প্ৰদৰ্শন

a mam

মাৰ্ঘেৰিটা মহকুমাৰ কুমচাইকঙত প্ৰথম বাৰ্ষিক আদিম জনগোষ্ঠী সমাৰোহ

AASU protest in Sualkushi

ৰাজ্যজুৰি তীব্ৰতৰ প্ৰতিবাদ; মন্ত্ৰী হিমন্তৰ গৃহ সমষ্টিৰ শুৱালকুছিতো কা’ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

WhatsApp Image 2021-01-24 at 12.14.49 PM

বিস্ফোৰক গ্ৰেগ চেপেল! ভাৰতীয় তৰুণ সকলৰ তুলনাত অষ্ট্ৰেলিয়ানবোৰ প্ৰাথমিক স্কুলৰ ছাত্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd