• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বাকযুদ্ধৰ পৰিল ইতি! কংগ্ৰেছলৈ মিত্ৰতাৰ প্ৰস্তাৱ তৃণমূল কংগ্ৰেছৰ নেতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2021 2:54 pm
TMC to Congress
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ পাৰস্পৰিক আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে চৰ্চাত থকা কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত শাম কাটিছে অঁৰিয়াঅঁৰি।

আজি আগন্তুক গোৱা বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ক পৰাস্ত কৰাৰ স্বাৰ্থত কংগ্ৰেছক তৃণমূল কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছে তৃণমূলৰ নেতা ডেৰেক অ’ব্ৰায়েনে।

কংগ্ৰেছক মিত্ৰতাৰ বাবে আহ্বান জনাই তৃণমূলৰ নেতাজনে এক বিবৃতিত কয়, “মানসিকতা সলনি হ’ব লাগিব। আমি বিৰোধী দলৰ সমান অংশীদাৰ। আহক আমি পাৰস্পৰিক বিতৰ্কৰ সলনি একেলগে কাম কৰোঁ। আমি নিজৰ মাজতে যুঁজ দিয়াৰ কোনো প্ৰয়োজন নাই। আমাৰ একক লক্ষ্য হৈছে বিজেপিক পৰাস্ত কৰা।”

তৃণমূল কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে বিৰোধী দলসমূহক একত্ৰিত কৰাৰ বাবে আগবঢ়োৱা প্ৰস্তাৱক কংগ্ৰেছে অনিৰ্দিষ্ট কাললৈ উপেক্ষা কৰিছে বুলি অভিযোগ কৰিছিল তৃণমূল কংগ্ৰেছে। আনহাতে অহা বছৰ হ’বলগীয়া গোৱা নিৰ্বাচনত যুঁজিবলৈ TMCৰ অভিপ্ৰায়ক প্ৰশ্ন কৰিছিল কংগ্ৰেছে।

কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই অভিযোগ কৰিছিল যে তৃণমূল কংগ্ৰেছে গোৱা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিজেপিক শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে।

Apply Now

আনহাতে তৃণমূল নেতা সুখেন্দু শেখৰ ৰয়ে তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী আৰু কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰ বৈঠকৰ উদ্ধৃতি দি কয় যে তৃণমূলে পাৰস্পৰিক বুজাপৰাৰ বাবে ছয় মাহ অপেক্ষা কৰিছিল, কিন্তু কংগ্ৰেছৰ এই বিষয়ত কোনো সঁহাৰি বা পদক্ষেপ নাছিল। সেয়ে তেওঁলোকে গোৱা নিৰ্বাচনক লক্ষ্য কৰি আগবাঢ়ি গৈছে আৰু তেওঁলোকৰ ভেঁটি সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰে সুখেন্দু শিখৰ ৰয়ে।

উল্লেখ্য যে তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে সোমবাৰে কংগ্ৰেছৰ বাবে বিজেপি দেশত শক্তিশালী হৈছে বুলি অভিযোগ কৰিছিল। তেওঁৰ অভিযোগৰ প্ৰত্যুত্তৰত কংগ্ৰেছ নেতা চিদাম্বৰমে মমতা বেনাৰ্জীয়ে কেৱল বেংগল লেঞ্চেৰে দেশখন চাইছে বুলি কটাক্ষ কৰিছিল।

এনে পাৰস্পৰিক বাকযুদ্ধৰ মাজতে আজি তৃণমূল নেতা ডেৰেক অ’ব্ৰায়েনে আগবঢ়োৱা প্ৰস্তাৱে বিশেষ চৰ্চা লাভ কৰিছে। কংগ্ৰেছে এতিয়া এই প্ৰস্তাৱৰ প্ৰতি কেনে সঁহাৰি জনায় সেইয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd