• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আমেৰিকাৰ হৈ খেলিব বিচাৰে ইংলেণ্ডৰ এগৰাকী বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 2, 2020 2:37 pm

1 min read

আমেৰিকাৰ হৈ খেলিব বিচাৰে ইংলেণ্ডৰ এগৰাকী বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰে
317
VIEWS
Share on FacebookShare on Twitter

বিশ্বকাপ বিজয়ত ইংলেণ্ডৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বেগী বলাৰ লিয়াম প্লাংকেটে আমেৰিকাৰ হৈ ক্ৰিকেট খেলাৰ সপোন পুহি ৰাখিছে।

ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে প্ৰশিক্ষণৰ বাবে নিৰ্বাচন কৰা ৫৫ গৰাকী ক্ৰিকেটাৰৰ তালিকাত প্লাংকেটৰ নাম সন্নিবিষ্ট নকৰাৰ পিছতেই ক্ৰিকেটাৰ গৰাকীয়ে মনত লুকাই থকা এই কথা প্ৰকাশ কৰিছে।

৩৫ বছৰীয়া ক্ৰিকেটাৰ প্লাংকেটৰ পত্নী আমেৰিকাৰ আৰু তেওঁ যোৱা বছৰ অনুষ্ঠিত হোৱা বিশ্বকাপৰ পিছৰে পৰা ইংলেণ্ডৰ হৈ এখনো মেচত অংশ লোৱা নাই।

উল্লেখ্য যে যোৱা বছৰ আমেৰিকাই আন্তঃৰাষ্ট্ৰীয় এদিনীয়াৰ স্বীকৃতি অৰ্জন কৰিছিল।

প্লাংকেটে এটা ৰেডিঅ’ চেনেলক দিয়া সাক্ষাতত কয়, ‍‘তাত ক্ৰিকেটৰ সৈতে জৰিত হ’লে ভাল হ’ব। মোৰ সন্তান আমেৰিকান হ’ব পাৰিব আৰু মই ইংলেণ্ড আৰু আমেৰিকাৰ হৈ ক্ৰিকেট খেলা বুলি ক’ব পাৰিম’।

তেওঁ লগতে কয়, ‍‘মই এজন ইংৰাজ আৰু সদাই ইংৰাজ হৈয়ে থাকিম। কিন্তু এতিয়া মই সম্পূৰ্ণ ফিট আছো। শীৰ্ষ পৰ্যায়ত খেলাৰ সুযোগ আছে যাতে মই কিয় নলম?’।

ইংলেণ্ডৰ ক্ৰিকেটাৰ গৰাকীয়ে কয় যে যদি মই আমেৰিকাৰ নাগৰিক হও তেন্তে তাত ক্ৰিকেটৰ বিকাশৰ বাবে মই কাম কৰিম।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ বাবে বন্ধ হৈ থকা ক্ৰিকেট পুনৰ এবাৰ আৰম্ভ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ইংলেণ্ড আৰু ৱেল্ছ ক্ৰিকেট ব’ৰ্ডে যোৱা সপ্তাহত অনুশীলনৰ বাবে ৫৫ গৰাকী ক্ৰিকেটাৰৰ নাম নিৰ্বাচিত কৰিছে য’ত লিয়াম প্লাংকেটৰ নাম অন্তৰ্ভুক্ত হোৱা নাই।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd