DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আবেদন কৰক; LIC ত ওলাইছে ৮ হাজাৰৰো অধিক চাকৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2019 12:41 pm
166807-lic
28.2k
VIEWS
Share on FacebookShare on Twitter

উপযুক্ত অৰ্হতা আহৰণ কৰি থোৱা নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে আহিছে এক সুন্দৰ সুযোগ। ভাৰতীয় জীৱন বীমা নিগম চমুকৈ এল আই চিয়ে সহায়ক পদৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

এল আই চিয়ে জাৰি কৰা জাননি অনুসৰি সমগ্ৰ ভাৰতত ৮ হাজাৰৰো অধিক সহায়কৰ পদ খালী আছে।

খবৰ অনুসৰি প্ৰাৰ্থীসকলে এই পদৰ বাবে আজিৰ পৰা অনলাইন যোগে এল আই চিৰ অফিচিয়েল ৱেবচাইটত গৈ আবেদন কৰিব পাৰিব। আবেদনৰ শেষ সময়সীমা ১ অক্টোবৰ।

এই পদৰ বাবে প্ৰাৰ্থীসকল স্নাতক ডিগ্ৰী ধাৰী হ’ব লাগিব।

প্ৰাৰ্থীসকলে প্ৰথমে দুটা লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। ইয়াৰে দ্বিতীয়টো পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থী সকলক সাক্ষাৎকাৰৰ বাবে নিৰ্বাচিত কৰিব।

সাক্ষাৎকাৰৰ আধাৰত প্ৰাৰ্থী সকলক শ্বৰ্টলিষ্ট কৰা হ’ব আৰু ইয়াৰ পাছতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব।

জানিব পৰা অনুসৰি সহায়ক পদৰ পৰীক্ষা ২১ আৰু ২২ অক্টোবৰত অনুষ্ঠিত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইফালে এছ চি/এছ টি শ্ৰেণীৰ প্ৰাৰ্থী সকলে ৮৫ টকা আৰু অন্য শ্ৰেণীৰ প্ৰাৰ্থী সকলে ৫১০ টকা প্ৰ-পত্ৰ পূৰণৰ সময়ত প্ৰদান কৰিব লাগিব।

সবিশেষ তথ্যৰ বাবে আবেদনকাৰী সকলক সময়ে সময়ে এল আই চিৰ ৱেবছাইত নজৰ দি থাকিবলৈ অনুৰোধ জনাইছে।

Recent News

Uddhav vs Shinde again: যৱনিকা পৰা নাই নাটকৰ! বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সিন্দেৰ প্ৰাৰ্থী ৰাহুলৰ বিৰুদ্ধে উদ্ধৱৰ ৰঞ্জন

Uddhav vs Shinde again: যৱনিকা পৰা নাই নাটকৰ! বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সিন্দেৰ প্ৰাৰ্থী ৰাহুলৰ বিৰুদ্ধে উদ্ধৱৰ ৰঞ্জন

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd