• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁৱত ক’ভিড যোদ্ধাৰ বাবে ভাৰতীয় জীৱন বীমা নিগমে আগবঢ়ালে পিপিই কিট

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
July 5, 2021 8:19 pm
ppe
150
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁওস্থিত ভাৰতীয় জীৱন বীমা নিগমৰ মাণ্ডলিক কাৰ্যালয়ৰ তৰফৰ পৰা আজি প্ৰতিষ্ঠানটোৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ ক’ভিড যোদ্ধাসকলৰ সহায়ক হোৱাকৈ এহেজাৰ এন ৯৫ মাস্ক আৰু দুশ পিপিই কিট প্ৰদান কৰে ৷

এই উপলক্ষে বঙাইগাঁও অসামৰিক চিকিৎসালয়খনত আয়োজিত এক অনুষ্টুপীয়া অনুষ্ঠানত বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত ভাস্কৰ দাসৰ হাতত জীৱন বীমা নিগমৰ মাণ্ডলিক প্ৰৱন্ধক পি এন ভূটীয়াই ক’ভিড যোদ্ধাসকলৰ বাবে আগবঢ়োৱা এই সামগ্ৰীখিনি অৰ্পণ কৰে ৷

অনুষ্ঠানত মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ পি কে ৰয় , ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰৱন্ধক আনন্দ শৰ্মাৰ লগতে চিকিৎসক ,নাৰ্ছ আৰু জীৱন বীমা নিগমৰ বঙাইগাঁও মাণ্ডলিক কাৰ্যালয়ৰ ব্যণিজ্যিক প্ৰৱন্ধক এচ কে সাহা , বঙাইগাঁও শাখা কাৰ্যালয়ৰ প্ৰৱন্ধক প্ৰভাস চক্ৰৱৰ্তী আদি উপস্থিত আছিল ৷

উল্লেখ্য যে ৰাজ্যত ক’ৰোনা মহামাৰীৰ সময়ত ক’ভিড যোদ্ধা সকলৰ সহায় হোৱাকৈ ভাৰতীয় জীৱন বীমা নিগমৰ বঙাইগাঁওস্থিত মাণ্ডলিক কাৰ্যালয়ৰ তৰফৰ পৰা বঙাইগাঁও ,চিৰাং ,ধুবুৰী ,গোৱালপাৰা, বৰপেটাকে ধৰি ছয়খন জিলালৈ এইদৰে সহায় আগবঢোৱাৰ কথা মাণ্ডলিক প্ৰৱন্ধক ভূটীয়াই প্ৰকাশ কৰে ৷

ইপিনে ক’ভিড মহামাৰীৰ সময়ত এনেদৰে ক’ভিড যোদ্ধাক সহায় কৰাৰ বাবে জীৱন বীমা নিগমক ধন্যবাদ প্ৰদান কৰাৰ লগতে ভৱিষ্যতলৈও এইদৰে সহায়ৰ হাত আগবঢ়াব বুলি আশা ব্যক্ত কৰে ৷

লগতে এইদৰে সকলোৱে সহায় কৰিলে ক’ভিড মহামাৰী বিৰোধী যুঁজত জয়ী হ’ব বুলিও আশা প্ৰকাশ কৰে মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা: পি কে ৰয়ে৷

Recent News

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd