DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১০০ বছৰৰ পিছত অৰুণাচলত আকৌ দেখা গ’ল দুষ্প্ৰাপ্য ‘লিপষ্টিক ট্ৰি’

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 10, 2022 5:47 pm
213
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ প্ৰকৃতিত থকা নানান উদ্ভিদ আজিলৈকে ভালদৰে চিনাক্ত হোৱা নাই।

দেশৰ এই এলেকাটোত পোৱা বহু উদ্ভিয়েই আন ঠাইত পোৱা নাযায়। এনে সময়তে এশ বছৰৰ পিছত অৰুণাচল প্ৰদেশত আকৌ দেখা গ’ল দুষ্প্ৰাপ্য উদ্ভিদ ‘লিপষ্টিক ট্ৰি’ ।

‘ইণ্ডিয়ান লিপষ্টিক প্লাণ্ট’ বা ইণ্ডিয়ান লিপষ্টিক প্লাণ্ট নামেৰেও পৰিচিত এই উদ্ভিদবিধ শেহতীয়াকৈ বটানিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ গৱেষকসকলে অৰুণাচল প্ৰদেশৰ আজৱান জিলাত পুনৰ বিচাৰি পাইছে।

উল্লেখ্য ১৯১২ চনত ব্ৰিটিছ উদ্ভিদ বিজ্ঞানী ষ্টিফেন ট্ৰটে ডুন্নেই প্ৰথমে এই উদ্ভিদবিধ চিনাক্ত কৰিবলৈ সক্ষম হৈছিল। ৰঙা ৰঙৰ ফুল ফুলা ‘লিপষ্টিক ট্ৰি’ৰ ফুলবোৰ দেখিবলৈ লিপষ্টিকৰ দৰেই। সেয়ে গছজোপাৰ নাম লিপষ্টিক ট্ৰি হিচাবে অধিক জনপ্ৰিয় হৈ পৰিছে।

এইবিধ উদ্ভিদৰ বৈজ্ঞানিক নাম হৈছে এচিনান্থাছ মুদ্ৰাকাৰিয়া ডান।

দৰাচলতে গছবিধৰ বৈজ্ঞানিক নামৰ সৈতে থকা এচিনান্থুছ শব্দটো গ্ৰীক শব্দ আইচাইন বা আইচিনৰ পৰা আহিছে। যাৰ অৰ্থ লাজ। আনহাতে এন্থৰ অৰ্থ হৈছে ফুল।

অক্টোবৰ মাহৰ পৰা এই গছত ফুল ফুলিবলৈ আৰম্ভ কৰে। জানুৱাৰী মাহলৈকে ফুল ফুলিয়েই থাকে।

শেহতীয়াকৈ মানুহৰ আগ্ৰাসনে অৰণ্য সংকুচিত কৰি অনাৰ বাবেই ‘লিপষ্টিক ট্ৰি’ৰ অস্বিত্বৰ প্ৰতি ভাবুকি নামি আহিছে।

চৰকাৰক এই উদ্ভিদ জোপাৰ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে প্ৰকৃতি প্ৰেমীসকলে।

Recent News

Applications are invited for various teaching and research based positions under NIELIT Guwahati.

Assam Career : NIELIT গুৱাহাটীত বিভিন্ন খালী পদৰ পূৰণৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 05 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

দুখন দেশ – দুটা ৰায়

দুখন দেশ – দুটা ৰায়

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd