• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী মহানগৰীত অসম বন্ধৰ প্ৰভাৱ স্তিমিত : ফাঁচি বজাৰত বন্ধৰ প্ৰভাৱ শূন্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 3, 2018 1:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়াৰ ধলা খেৰবাৰীত ৫জন নিৰীহ বঙালী লোকক হত্যা কৰাৰ প্ৰতিবাদত সদৌ অসম বাঙালী যুৱ ফেডাৰেশ্যনকে ধৰি বৰাকৰ ১০৩ টা সংগঠনে দিয়া অসম বন্ধৰ প্ৰভাৱ ৰাজ্যৰ কিছু কিছু ঠাইত পৰিছে যদিও গুৱাহাটী মহানগৰীত বন্ধৰ প্ৰভাৱ একেবাৰে স্তিমিত পৰিলক্ষিত হৈছে।

আজি মহানগৰীৰ সকলো দোকান পোহাৰ খোলা থকাৰ উপৰি যান বাহনসমূহো নিয়মিত ৰূপত চলি আছে। সামগ্ৰিকভাৱে গুৱাহাটীত বন্ধৰ কোনো প্ৰভাৱ শূন্য বুলি ক’ব পাৰি।

Apply Now

আনহাতে, মহানগৰীৰ অতি ব্যস্ত ব্যৱসায়িক স্থান ফাঁচি বজাৰ সম্পূৰ্ণভাৱে খোলা থাকে। অইন দিনাৰ দৰে আজিও ফাঁচি বজাৰত সকলো দোকান পোহাৰ খোলা থকাৰ লগতে গ্ৰাহকৰো ভিৰ পৰিলক্ষিত হয়।

পুৱাৰ ভাগত খানাপাৰাৰ পৰা আৰম্ভ কৰি মালিগাঁৱলৈকে বন্ধৰ প্ৰভাৱ সন্দৰ্ভত ভ্ৰমণ কৰি মহানগৰীত বাঙালী সংগঠনসমূহে আহ্বান কৰা বন্ধৰ বিশেষ প্ৰভাব পৰা দেখা পোৱা নগ’ল।

উল্লেখযোগ্য যে, যোৱা ২৩ অক্টোবৰত ৬০ টা জাতি -জনগোষ্ঠীয় সংগঠনে দিয়া বন্ধৰ প্ৰভাৱ গুৱাহাটী মহানগৰীত সৰ্বাত্মক আছিল। চিটি বাছ মালিক সন্থা, সদৌ অসম মটৰ পৰিবহন সন্থাই এই বন্ধৰ প্ৰতি সহাঁৰি জনাই চিটীবাছ বন্ধ ৰখাৰ লগতে  অন্যান্য অলা উবেৰৰ চলাচলো বন্ধ ৰাখিছিল। কিন্তু তাৰ বিপৰীতে আজিৰ দিনটোত চিটী বাছ মালিক সন্থাই এই বন্ধৰ প্ৰতি কোনো সহাঁৰি জনোৱা নাই।

আজি মহানগৰীত চিটিবাছসমূহ পূৰ্বৰ দৰে চলি থকা দেখিবলৈ পোৱা গৈছে। সেইদৰে অলা উবেৰৰ লগতে ব্যক্তিগত যান-বাহনসমূহো স্বাভাৱিকভাৱে চলি থকা পৰিলক্ষিত হৈছে।

অৱশ্যে মহানগৰীৰ মালিগাওঁ, লালগণেশ, কালাপাহাৰ আদি অঞ্চলত দুই এখন দোকান বন্ধ ৰখাৰ লগতে বন্ধৰ আংশিক প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd