• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘কা’ৰ বিৰোধিতাৰে বটদ্ৰৱা থান প্রাংগণত প্ৰতিবাদী কাৰ্যসূচী; চৰকাৰক তীব্ৰ সমালোচনা

NE NOW NEWS এন ই নাও নিউজ
বটদ্ৰৱা , December 23, 2019 8:10 am

1 min read

‘কা’ৰ বিৰোধিতাৰে বটদ্ৰৱা থান প্রাংগণত প্ৰতিবাদী কাৰ্যসূচী; চৰকাৰক তীব্ৰ সমালোচনা
268
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে বটদ্ৰৱাতো দেওবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠী সংগঠনৰ আহ্বান ক্ৰমে অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থা, অসম নাট্য সন্মিলন বটদ্ৰৱা চিহ্ন যাত্ৰা শাখা, বটদ্ৰৱা আলিপুখুৰী শাখা সাহিত্য সভা, বটদ্ৰৱা আঞ্চলিক শিল্পী সমাজ আৰু বটদ্ৰৱা ৰামধেনু সমন্বয় গোষ্ঠীৰ শতাধিক লোকে অংশ গ্রহণ কৰে।

বটদ্ৰৱা থান প্ৰাংগণত অনুষ্ঠিত প্ৰতিবাদী সভাৰ আৰম্ভণিতে ‘কা’ বিৰোধী আন্দোলনৰ পাঁচ গৰাকী শ্বহীদ লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে নাগৰিকত্ব (সংশোধন) আইনে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ বিপৰ্য্যয় আনিব বুলি উল্লেখ কৰে।

পাছত আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱা, নগাঁও জিলা সাহিত্য সভাৰ উপসভাপতি তথা অসম সত্ৰ মহাসভাৰ নগাঁও জিলাৰ কাৰ্যকৰী সভাপতি থগিত মহন্তকে ধৰি কেইবাজনো ব্যক্তিয়ে নাগৰিকত্ব (সংশোধন) আইন প্ৰনয়ন কৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে।

Recent News

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd