DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যুৱতী ক্ৰয় কৰবিলৈ অহা নাৰী সৰবৰাহকাৰীক কৰায়ত্ত কৰি ৰাইজে গতালে আৰক্ষীক

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
August 26, 2019 10:45 am
3k
VIEWS
Share on FacebookShare on Twitter

অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যবসিত হৈছে নগাঁও জিলাৰ চামগুৰি। ইটোৰ পিছত সিটো অপৰাধমূলক ঘটনাই জোকাৰি গৈছে চামগুৰি কেইবাটাও গ্ৰাম্যাঞ্চল।

দেওবাৰে নিশাও এনে এক ঘটনাই সংঘটিত হয় চামগুৰিত। চামগুৰিৰ শিয়াল খাইটিৰ স্থানীয় ৰাইজে নিশা আমনিতএটা দুধৰ্ষ নাৰী সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত নাৰী সৰবৰাহকাৰীজনক হুছেইন আলী ওৰফে ৰাজু বুলি চিনাক্ত কৰা হৈছে।

ধৃত আলী ওৰফে ৰাজুৱে ৫০ হাজাৰ টকাৰ বিনিময়ত তিনি গৰাকী যুৱতীক কিনি নিয়াৰ চুক্তি কৰিছিল। ইফালে তিনি গৰাকী যুৱতীক ধনৰ বিনিময়ত বিক্ৰী কৰা হ’ব বুলি প্ৰলোভন দি শিয়ালখাইটিৰ এগৰাকী যুৱতীয়ে কুখ্যাত ৰাজুক মাতি পঠিয়াইছিল।

উল্লেখযোগ্য যে পূৰ্বেও গাঁওখনৰ দুগৰাকীকৈ যুৱতী হাইদৰাবাদত বিক্ৰী কৰাৰ গুৰুত্বৰ অভিযোগ আছে ৰাজুৰ বিৰুদ্ধে। ইয়াৰে এগৰাকী যুৱতীৰ আজি পৰ্য্যন্ত সন্ধান নাই, আন গৰাকী হাইদৰাবাদৰ পৰা কৌশলৰে পলাই আহি নিজৰ ঘৰত উপস্থিত হোৱা লগে লগেই পোহৰলৈ আহিছিল কুখ্যাত ৰাজুৰ কু-কৰ্মকাণ্ড।

ধৃত হুছেইন আলী ওৰফে ৰাজুক স্থানীয় ৰাইজে নিশায়ে গটাই দিলে চামগুৰি আৰক্ষীক। ইফালে সন্ধানহীন যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতেই আৰক্ষীয়ে ধৃত অভিযুক্ত ৰাজুক নিজৰ জিম্মাত লৈ তীব্ৰ জেৰা অব্যাহত ৰাখিছে।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd