• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কা’ৰ বিৰুদ্ধে অসমীয়াৰ ৰণধ্বনি; জনসমুদ্ৰত পৰিণত শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 21, 2019 8:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব (সংশোধন) আইন বাতিলৰ দাবীত আজি শিৱসাগৰত অসমীয়াৰ ৰণধ্বনি। শিৱসাগৰবাসী ৰাইজৰ আহ্বানত আজি শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ব’ৰ্ডিং খেল পথাৰত হাজৰ হাজাৰ ৰাইজ ওলাই আহে ‘কা’ বিৰোধী প্ৰতিবাদ কৰিবলৈ।

বৰষাৰাণী বিষয়া, মানস ৰবীনকে ধৰি শিল্পীসমাজে অংশ গ্ৰহণ কৰাৰ উপৰিও বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞায়ো অংশ গ্ৰহণ কৰে। জনসমুদ্ৰত পৰিণত হ’ল শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰ।

Apply Now

গীত, কবিতা, জিকিৰ, দিহানাম, ভাষণ আদিৰ মাধ্যমেৰে প্ৰতিবাদকাৰীসকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী সভাৰ পৰাই সমগ্ৰ শিৱসাগৰবাসীয়ে অখিল গগৈ, জিতেন দত্ত আৰু আন আন নেতা সকলক বিনাচৰ্তে মুকলি কৰি দিবলৈ চৰকাৰক আহ্বান জনায়।

বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই কয় যে চৰকাৰে অখিল গগৈ লৈ ইমান ভয় কৰে যে সকলো কলা আইন তেওঁৰ ওপৰত জাপি দি শেষত এখন জঘন্য আইন তেওঁৰ ওপৰত জাপি দি তেওঁক গ্ৰেপ্তাৰ কৰিলে।

গতিকে ইয়াৰ বিৰুদ্ধে অসমীয়া ৰাইজক গৰজি উঠিবলৈ আহ্বান জনাই ভূঞাই এই মঞ্চৰ পৰাই অখিল গগৈক মুক্তি দিয়াৰ দাবী উত্থাপন কৰে।

“মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আকৌ এবাৰ ৰাইজৰ কথা কৈছে। ৰাইজে তেওঁক বিশ্বাস কৰে আৰু  সেই বিশ্বাসত তেওঁক মুখ্যমন্ত্ৰী পাতিলে। হয় ৰাইজে তেওঁক বিশ্বাস কৰিছিল। কিন্তু বিশ্বাস ভংগ আৰু বিশ্বাসঘাতকতা এনেধৰণৰ হ’ব বুলি ভবা নাছিলে। যাৰ বাবে তোমাক বদন আখ্যা দিছে।” মন্তব্য বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ।

তাৰোপৰি বাংলাদেশৰ হিন্দু সভাৰ মুৰব্বী গৰাকীয়ে এই আইন গৃহীত হ’লে বাংলাদেশৰ পৰা ডেৰ-দুই কোটি বাংলাদেশী হিন্দু ভাৰতলৈ আহিবলৈ ঠেং দাঙি আছে বুলিও ভূঞাই আজি প্ৰতিবাদস্থলীতে উল্লেখ কৰে।

লগতে অসমৰ শিল্পীসকলে চৰকাৰৰ ৫০ হাজাৰ টকাৰ প্ৰলোভন নেওচি আন্দোলনত যোগ দিয়াৰ বাবে শিল্পী সমাজক ধন্যবাদ জনায় বিশিষ্ট সংবাদিকজনে শিল্পীসকলক পঞ্চাশ হাজাৰ টকাত বিক্ৰী নাযাবলৈও আহ্বান জনায়।

আনহাতে বিশিষ্ট সাহিত্যিক নাহেন্দ্ৰ পাদুনে শিৱসাগৰৰ পৰাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক  জাতীয় খলনায়ক বুলি অভিহিত কৰে।

ইফালে অভিনেত্ৰী বৰষাৰাণী বিষয়াই কয়, “অসমীয়া  ৰাইজৰ লগত প্ৰতিদ্বন্দিতা কৰি চৰকাৰে কালি শান্তি সমদল উলিয়ালে। যদি শান্তিয়েই বিচাৰে তেন্তে ৰাইজৰ দাবী মানই লওক, ‘কা’খন বাতিল কৰক, আপোনালোকও শান্তিত থাকক আমিও শান্তিত থাকো।”

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd