DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত কেঁকোসাপ উদ্ধাৰ; স্থানীয় ৰাইজে মুকলি কৰি দিলে বনাঞ্চলত

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
June 11, 2019 7:31 pm
Screenshot_20190611_180518

কলিয়াবৰত উদ্ধাৰ হোৱা কেঁকোসাপডাল

794
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে বিয়লি কলিয়াবৰৰ সোণাৰী কামাখ্যা গাঁৱৰ এটা ৰাইচ মিলত বিলুপ্ত প্ৰজাতিৰ এডাল কেঁকোসাপ উদ্ধাৰ কৰা হয়।

ৰাইচ মিলটোত প্ৰথমে এজন  লোকে বিলুপ্ত প্ৰজাতিৰ সাপডাল প্ৰত্যক্ষ কৰে আৰু কেঁকোসাপ ওলোৱা কথা ৰাষ্ট্ৰহোৱাৰ পাছত বিলুপ্ত প্ৰজাতিৰ প্ৰাণীটো চাবৰ বাবে গাঁওখনৰ ৰাইজে মিলটোত ভিৰ কৰে।

কেঁকোসাপ ওলোৱা কথা অঞ্চলটোৰ এগৰাকী প্ৰকৃতিপ্ৰেমী ব্যক্তি সঞ্জীৱ ডেকাৰ কাণত পৰাৰ লগে লগে তেওঁ তৎমুহূৰ্ততে ঘটনাস্থলীত উপস্থি হৈ ৰাইজৰ ভিৰৰ মাজৰ পৰা কেঁকোসাপডাল উদ্ধাৰ কৰে আৰু পাছত শিলঘাট বনাঞ্চলত মুকলি কৰি দিয়ে।

কেঁকোসাপক লৈ ৰাজ্যত অবৈধ ব্যৱসায় চলি থকাৰ সময়ত কলিয়াবৰত উদ্ধাৰহোৱা কেঁকোসাপডাল কোনো দুষ্কৃতিকাৰীৰ হাতত নপৰাকৈ বনাঞ্চলত মুকলি কৰি দিয়া কাৰ্য্যক কলিয়াবৰবাসী ৰাইজে শলাগ লৈছে।

উল্লেখযোগ্য যে, প্ৰায়ে বনবিভাগে অভিযান চলাই চোৰাং চিকাৰীৰ হাতৰ পৰা কেঁকোসাপ উদ্ধাৰ কৰা ঘটনাই বাতৰিৰ শিৰোনামা দখল কৰি থাকে।

চোৰাং চিকাৰীৰ বাবে বৰ্তমান বিলুপ্তপ্ৰায় প্ৰাণীবিধ অসমৰ ভূমিৰ পৰা সম্পূৰ্ণৰূপে নহোৱা হোৱাৰ উপক্ৰম হৈছে।

Recent News

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

kashmir-1

কাশ্মীৰত আজি পুৱাই অঘটনঃ সেনাৰে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত, তিনিজন সৈনিকো শ্বহীদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd