• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘কা’ৰ অধীনত নাগৰিকত্বৰ বাবে স্থানীয় পুৰোহিতৰ ধৰ্মীয় প্ৰমাণপত্ৰই যথেষ্ট!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2024 3:15 pm
CAA
209
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী আইন, ২০১৯ ক লৈ এতিয়াও দেশত চলি আছে বিতৰ্ক। আইনখনৰ বিৰোধিতাৰে অসমৰ লগতে দেশৰ আন বহু প্ৰান্তত চলি আছে প্ৰতিবাদ। এই প্ৰতিবাদ আওকাণ কৰি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ‘কা’ বলৱৎ কৰিছে।

প্ৰতিবাদৰ সমানে ‘কা’ৰ বিৰুদ্ধেউচ্চতম ন্যায়ালয়ত চলি আছে আইনী প্ৰক্ৰিয়া। তাৰ মাজতে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ‘দ্য হিন্দু’ত প্ৰকাশ পাইছে এক প্ৰতিবেদন। এই প্ৰতিবেদনে প্ৰকাশ কৰিছে এক চাঞ্চল্যকৰ তথ্য।

প্ৰতিবেদন অনুসৰি, ‘কা’ৰ অধীনত ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰাসকলক স্থানীয় পুৰোহিতেও ‘ধৰ্মীয় প্ৰমাণপত্ৰ’ প্ৰদান কৰিব পাৰে। অৰ্থাৎ আবেদনকাৰীসকলে নাগৰিকত্ব লাভৰ বাবে যোগ্যতা হিচাপে পুৰোহিতৰ প্ৰমাণপত্ৰও যথেষ্ট হ’ব।

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ CAA হেল্পলাইনে এই তথ্য প্ৰদান কৰিছে বুলি স্পষ্টকৈ প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। যোৱা ২১ মাৰ্চত মুকলি কৰা হেল্পলাইনত উল্লেখ কৰা হৈছে যে ১০ টকীয়া ডাকটিকট লগোৱা সাধাৰণ কাগজ বা আইনী নথিপত্ৰক ধৰ্মীয় যোগ্যতাৰ প্ৰমাণ পত্ৰ হিচাপে বিবেচনা কৰিব পাৰি।

স্পষ্টকৈ উল্লেখ নাথাকিলেও, প্ৰতিবেদন অনুসৰি যিকোনো স্থানীয় পুৰোহিতে এই প্ৰমাণপত্ৰ প্ৰদান কৰিব পৰাকৈ অনুমোদিত হোৱাৰ ইংগিত হেল্পলাইনে বহন কৰিছে।

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd