• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নক্সা সলনিৰ বিৰোধিতা : কলিয়াবৰ-জখলাবন্ধাত উত্তাল প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2025 8:20 am
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে কলিয়াবৰ আৰু জখলাবন্ধাৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে স্থানীয় ৰাইজে। কলিয়াবৰ-নুমলীগড় সংমণ্ডলৰ চাৰিলেণ্ডযুক্ত পথটো নিৰ্মাণৰ ক্ষেত্ৰত প্ৰস্তাৱিত ডাইভাৰ্চন সলনি কৰাৰ বিৰোধিতা কৰি স্থানীয় ৰাইজে এই প্ৰতিবাদ সাব্যস্ত কৰে।

এই পথ অৱৰোধৰ ফলত উজনি অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ সৈতে স্থলপথৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে।

Apply Now

প্ৰতিবাদকাৰীসকলে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতো বিক্ষোভ প্ৰদৰ্শন কৰে, যাৰ ফলত সমগ্ৰ অঞ্চলটোত স্বাভাৱিক যাতায়ত স্তব্ধ হৈ পৰে।

আন্দোলনকাৰীসকলৰ মতে, নতুন নক্সা অনুসৰি কলিয়াবৰ তিনিআলিৰ পৰা পথটো ডাইভাৰ্চন কৰা হ’ব, যাৰ ফলত কুঁৱৰীটোল, হাটবৰ আৰু জখলাবন্ধা অঞ্চলটো মূল পথৰ পৰা আঁতৰি পৰিব। ইয়াৰ ফলত অঞ্চলটোৰ প্ৰায় ৮০,০০০ তকৈও অধিক বাসিন্দা পোনপটীয়াকৈ প্ৰভাৱিত হ’ব আৰু স্থানীয় ব্যৱসায়-বাণিজ্যত মোক্ষম আঘাত পৰিব।

উল্লেখ্য যে ৬,৯৬৭ কোটি ব্যয় সাপেক্ষেপে এই পথটোৰ দৈৰ্ঘ্য ৮৬ কিলোমিটাৰ (কলিয়াবৰৰ পৰা নুমলীগড়লৈ)। ইয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে ৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক উৰণীয়া সেতু অন্তৰ্ভুক্ত কৰা হৈছে।

‘কলিয়াবৰ ফ’ৰ লেন ডিমাণ্ড কমিটি’য়ে ইতিমধ্যে এই বিষয়ত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। তেওঁলোকে দাবী জনাইছে যে ডাইভাৰ্চনৰ পৰিৱৰ্তে বৰ্তমানৰ পথটোকেই উন্নীতকৰণ আৰু বহল কৰিব লাগে। কমিটিখনে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়তো এই সন্দৰ্ভত গোচৰ তৰা বুলি জানিব পৰা গৈছে।

আদালতত জ্যেষ্ঠ অধিবক্তা কে. এন. চৌধুৰীয়ে যুক্তি দৰ্শায় যে এই পথ ডাইভাৰ্চনৰ ফলত আটাইতকৈ বেছি লাভান্বিত হ’ব ‘প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড’ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠান, যিহেতু প্ৰস্তাৱিত পথৰ কাষত তেওঁলোকৰ ১০০ বিঘাতকৈও অধিক মাটি আছে।

কেৱল অৰ্থনৈতিক দিশেই নহয়, পৰিৱেশবিদসকলেও উদ্বেগ প্ৰকাশ কৰিছে যে নতুন পথটো কেইবাটাও পৰিৱেশ-সংবেদনশীল জলাশয় আৰু হাতীৰ কৰিডৰৰ মাজেৰে পাৰ হৈ যাব। ইয়াৰ ফলত মানুহ-হাতীৰ সংঘাত বৃদ্ধি পোৱাৰ লগতে জলাশয়সমূহৰ জৈৱ-বৈচিত্ৰ্যও ধ্বংস হোৱাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd