DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোক্তাব বিদ্যালয়ত আবদ্ধ শিক্ষয়িত্ৰী, পুৰণিগুদাম চলচলিত প্ৰতিবাদ বিক্ষুব্ধ ৰাইজৰ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
April 27, 2019 4:05 pm
Locals gherao teachers in Nagaon's two muktab schools alleging irregular attendance

চলিচলিত শনিবাৰে পুৱা বিদ্যালয় ঘেৰাও স্থানীয় ৰাইজৰ। ছবি- নৰ্থ ইষ্ট নাও।

1.7k
VIEWS
Share on FacebookShare on Twitter

নগাওঁ জিলাৰ পুৰণিগুদামৰ চলচলিৰ মুখামুখিকৈ থকা দুখনকৈ মোক্তাব বিদ্যালয়ত “পলমকৈ” বিদ্যালয়ত উপস্থিত হোৱা শিক্ষয়িত্ৰীক শনিবাৰে পুৱা আবদ্ধ কৰে স্থানীয় ৰাইজে।

৪৮৩নং চলচলি বালক বিদ্যালয়ত ৰাইজে তলা বন্ধ কৰি এগৰাকী শিক্ষয়ত্ৰীক আবদ্ধ কৰি ৰখাৰ উপৰি ঠিক সন্মুখতে থকা ৬৫৯নং চলচলি বালিকা মোক্তাব বিদ্যালয়ৰো দুগৰাকী শিক্ষয়িত্ৰীক পলমকৈ অহাৰ অভিযোগ তুলি বিদ্যালয়ৰ সন্মুখতে বহু সময় ধৰি আবদ্ধ কৰি ৰাখে।

পিছলৈ পৰিস্থিতি স্বাভাৱিক হয় যদিও শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ লগতে বিদ্যালয়ত পাঞ্চিং মেচিনৰ দিহা কৰিবলৈয়ো শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক দাবী জনাইছে ৰাইজে।

তাৎপৰ্য্যপূৰ্ণভাৱে “অনিয়মীয়া উপস্থিতি”ৰ অভিযোগ শিক্ষক-শিক্ষয়ত্ৰীসকলৰ লগতে স্থানীয় একাংশ ৰাইজেও নস্যাৎ কৰিছে।

অভিযোগকাৰী ৰাইজৰ মতে, বিদ্যালয় দুখনত পাঠদান অনিয়মীয়া হোৱাৰ লগতে শনিবাৰে দুপৰীয়া পৰ্য্যন্ত শিক্ষক-শিক্ষয়িত্ৰীয়ে  বিদ্যালয় বন্ধ ৰাখে।

আনহাতে ৰূপহী শিক্ষা খণ্ডৰ বিষয়াগৰাকীৰ বিৰুদ্ধেও স্থানীয় লোকসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ৪৮৩নং চলচলি বালক বিদ্যালয়ত ২গৰাকী শিক্ষয়িত্ৰীয়েহে কাৰ্য্যনিৰ্বাহ কৰি থকাৰ বিপৰীতে ৱে’বছাইটত বিদ্যালয়খনত ৪গৰাকী শিক্ষক-শিক্ষয়িত্ৰী দেখায়। কিন্তু ৰাইজৰ অভিযোগ, এই বিষয়ে বিষয়াগৰাকীক বাৰেপতি জনাই অহাৰ পিছতো তেওঁ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

আন একাংশৰ অভিযোগ, ৰূপহী শিক্ষা খণ্ড বিষয়াগৰাকীয়ে কোনো বুজাবুজিৰ বিনিময়ত ব্যাপক খেলি-মেলি সংঘটিত কৰি আছে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd