• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাজোত ভূ মাফিয়াৰ দপদপনি; এইবাৰ নামিল বিদ্যালয়ৰ মাটি দখলত

মৃদুল প্রীতম ডেকা, কামৰূপ by মৃদুল প্রীতম ডেকা, কামৰূপ
September 20, 2021 12:25 pm
Land Mafia's encroachment

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সত্ৰৰ ভূমি নহয়, এইবাৰ দুষ্কৃতিকাৰীৰ শেন চকু পৰিছে বিদ্যালয়ৰ ভূমিত। হাজোৰ সস্তাৰঘাট প্ৰাথমিক বিদ্যালয়ৰ ভূমি দখলত নমাৰ অভিযোগ উত্থাপিত হৈছে একাংশ ভূ-মাফিয়াৰ বিৰুদ্ধে।

ক’ভিড সৃষ্ট পৰিবেশৰ বাবে বিদ্যালয়সমূহৰ পাঠদান বন্ধ হৈ থকাৰ সূযোগ গ্ৰহণ কৰিছে ভূ-মাফিয়াই।

১৯৮৭  চনত স্থানীয় কেইগৰাকীমান শিক্ষানুৰাগী ৰাইজৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই বিদ্যালয়খনত বৰ্তমান ছাত্র-ছাত্ৰীৰ সংখ্যা ১২০ গৰাকী আৰু ইয়াৰ বিপৰীতে শিক্ষক-শিক্ষয়িত্ৰী আছে চাৰি গৰাকী।

Apply Now

ইতিমধ্যে বিদ্যালয়ৰ ভূমি বেদখলৰ বাবে ভূ-মাফিয়াই বিদ্যালয়ৰ চৌহদত ট্ৰেক্টৰেৰে মাটি চাহ কৰাৰ লগতে চৌদিশে বাঁহৰ খূটি স্থাপন কৰি এক প্ৰকাৰ বেদখল কৰাৰ বাবে উঠি -পৰি লাগিছে বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে অভিযোগ উত্থাপন কৰিছে।

Also read : Shiva Thapa,ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমিত প্ৰৱেশ তাৰকা বক্সাৰ শিৱ থাপাৰ

কেৱল এয়াই নহয়, বিদ্যালয়খনৰ নথি-পত্ৰ, আচবাব আদি লণ্ড-ভণ্ড কৰাৰ লগতে তিনিখন চিলিঙ ফেন ইতিমধ্যে চুৰি কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ভূ-মাফিয়া বিৰুদ্ধে।

শৌচলায় সমূহটো ড্ৰাগছ, মদ আৰু ভাঙৰ আড্ডা চলে বুলিও স্থানীয় ৰাইজৰ লগতে অভিযোগ কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে।

শীঘ্ৰে বিদ্যালয়ৰ ভৃমি বে-দখল মুক্ত কৰাৰ দাবীত ছাত্র-ছাত্ৰী তথা একাংশ স্থানীয় লোকে আজি প্ৰতিবাদ সাৱ্যস্ত কৰে।

মৃদুল প্রীতম ডেকা, কামৰূপ

মৃদুল প্রীতম ডেকা, কামৰূপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিদিনে ২৬ হাজাৰ লোকৰ প্ৰাণ কাঢ়িছে কৰ্কট ৰোগে! ধনী-দুখীয়াৰ ব্যৱধানে নিৰ্ধাৰণ কৰিছে ৰোগীৰ আয়ুস, পোহৰলৈ আহিল বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

প্ৰতিদিনে ২৬ হাজাৰ লোকৰ প্ৰাণ কাঢ়িছে কৰ্কট ৰোগে! ধনী-দুখীয়াৰ ব্যৱধানে নিৰ্ধাৰণ কৰিছে ৰোগীৰ আয়ুস, পোহৰলৈ আহিল বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

July 14, 2026 7:20 am
“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

July 13, 2026 9:25 pm
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান নিয়ন্ত্ৰণ ব্যৱস্থা: আগতীয়া সতৰ্কবাণীয়ে ৰক্ষা কৰিলে নামনি অঞ্চলৰ সহস্ৰাধিক জনসাধাৰণক

July 13, 2026 9:18 pm
নাগালেণ্ডত ভয়ংকৰ আই ই ডি বিস্ফোৰণ! আসাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৩ জোৱানৰ মৃত্যু

নাগালেণ্ডত ভয়ংকৰ আই ই ডি বিস্ফোৰণ! আসাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৩ জোৱানৰ মৃত্যু

July 13, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিদিনে ২৬ হাজাৰ লোকৰ প্ৰাণ কাঢ়িছে কৰ্কট ৰোগে! ধনী-দুখীয়াৰ ব্যৱধানে নিৰ্ধাৰণ কৰিছে ৰোগীৰ আয়ুস, পোহৰলৈ আহিল বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

প্ৰতিদিনে ২৬ হাজাৰ লোকৰ প্ৰাণ কাঢ়িছে কৰ্কট ৰোগে! ধনী-দুখীয়াৰ ব্যৱধানে নিৰ্ধাৰণ কৰিছে ৰোগীৰ আয়ুস, পোহৰলৈ আহিল বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

July 14, 2026 7:20 am
“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

“লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচাদৰ আমিৰ খান” : বিতৰ্কিত মন্তব্য বিজেপি নেতা নীতেশ ৰাণেৰ

July 13, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd