DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমাক এখন দলং লাগে; মাৰ্ঘেৰিটাৰ জাগুনত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
June 12, 2021 2:48 pm
Margherita bridge story

ফটো: নৰ্থইষ্ট নাও।

183
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ-জাগুণ কথা চেমা গাঁৱৰ সংযোগী এখন পকী দলং নিৰ্মাণৰ দাবীত বুঢ়ীদিহিং নদীৰ পাৰত স্থানীয় ৰাইজ তথা ছাত্র মুক্তি সংগ্ৰাম সমিতি সদস্য সকলে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

মাৰ্ঘেৰিটাৰ সমষ্টিৰ অন্তৰ্গত জাগুণ কথা চেমা গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি দীৰ্ঘদিনীয়া সমস্যা হিচাপে নদী পাৰ হওঁতে যাতায়তৰ নামত যমৰ যন্ত্ৰণা ভুগি আহিছে।

বাৰিষা আহিলেই নদীৰ বুকুত বহুতো দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে বিপদসংকুলভাৱে এখন মাত্ৰ নাৱেৰে যান বাহন পাৰ কৰিব লগীয়া হোৱাত কথা চেমা গাঁৱৰ ৰাইজে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত নামি পৰাৰ লগতে পকী দলং নিৰ্মাণ নোহোৱা পৰ্যন্ত তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।

Recent News

AAP Delhi liquor scam

সুৰা কেলেংকাৰীৰ পৰা আহৰণ কৰা ধন ব্যয় হৈছিল গোৱা নিৰ্বাচনত! আপৰ বিৰুদ্ধে বিস্ফোৰণ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

Himanta Biswa Sarma on Child Marriage

বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি: কাইলৈৰ পৰা গ্ৰেপ্তাৰ হ’ব বাল্যবিবাহৰ লগত জড়িত লোক

বাজেটত নিবনুৱা, দৰিদ্ৰতাৰ বিষয়ে দিয়া নাই গুৰুত্ব; নতুন কৰ ব্যৱস্থাৰ ওপৰতো প্ৰশ্ন তুলিলে পি চিদাম্বৰমে

বাজেটত নিবনুৱা, দৰিদ্ৰতাৰ বিষয়ে দিয়া নাই গুৰুত্ব; নতুন কৰ ব্যৱস্থাৰ ওপৰতো প্ৰশ্ন তুলিলে পি চিদাম্বৰমে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd