• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ল’কডাউনে অসমৰ মীনপালক সকললৈ নতুন সুখবৰ কঢ়িয়াই আনিছে : অৰুপ জ্যোতি পাটগিৰি

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 7, 2020 3:43 pm
ফিছফেড

ফিছফেড

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’নাৰ সন্ত্ৰাসৰ সময়তে অসমৰ মীনপালক সকললৈ এক সুখবৰ আহিছে ৷ অসমত মাছ উৎপাদেনেৰে স্বাৱলম্বী হ’ব পৰা পূৰ্ণ সম্ভাৱনা আছে ৷ ল’কডাউনৰ সময়ছোৱাত মীন বিভাগ আৰু ফিছফেডে অসমৰ উৎপাদিত মাছৰে ৰাজ্যবাসীৰ অভাৱ পূৰণ কৰি এই কথা প্ৰমাণ কৰিছে।

‘‘ফিছফেডৰ তত্ত্বাৱধানত কেৱল গুৱাহাটীতে প্ৰতিদিন ১৫ ৰ পৰা ২০ কুইণ্টল মাছ যোগান ধৰা হৈছে। ৩৯ হাজাৰ কেজি মাছ ল’কডাউনৰ সময়চোৱাত বিক্ৰী কৰা হৈছে আৰু মাছ বিক্ৰীৰ পৰা লাভ কৰিছে ১ কোটি ২৫ লাখ টকা,’’ নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মীন উন্নয়ন বিষয়া অৰূপ জ্যোতি পাটগিৰিয়ে কয়।

Apply Now

আনহাতে, পাটগিৰিয়ে ল’কডাউনৰ সময়ত হাজো, ৰঙিয়া, নলবাৰী, সোণাপুৰ আদি ঠাইৰ মৎস উৎপাদকসকল বিশেষভাৱে লাভান্বিত হৈছে বুলি কয় ৷

ফিছফেডৰ অন্তৰ্গত প্ৰায় এহেজাৰ জন মীনপালক এই ক্ষেত্ৰত উপকৃত হৈছে বুলিও পাটগিৰিয়ে লগতে জনায়।

ল’কডাউনৰ বাবে বহিঃৰাজ্যৰ পৰা অসমলৈ মাছৰ আমদানি বন্ধ হৈ পৰাত অসমত উৎপাদিত মাছেৰেই ৰাজ্যবাসীৰ চাহিদা পুৰণ কৰিছে ৰাজ্যৰ মীন বিভাগ আৰু ফিছফেডে।

পাটগিৰিৰ লগতে  নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰে ফিছফেডৰ অন্তৰ্গত সমবায় সমিতিৰ সভাপতি জাহিৰ চৌধুৰীয়ে ৷

গুৰুত্বপূৰ্ণ এই যে, সমগ্ৰ অসমতে ল’কডাউনৰ সময়চোৱাত প্ৰায় ১৮ লাখ কেজি মাছ বিক্ৰীৰ লগতে ৯০ কোটি টকাৰ মাছ বিক্ৰী হোৱা বুলি জনায় চৌধুৰীয়ে কয়, “বহি ৰাজ্যৰ পৰা মাছ আমদানি হৈ আছে কিন্তু ল’কডাউনৰ ফলত বহিঃৰাজ্যৰ পৰা মাছ আহিব পৰা নাই আৰু অসমত মাছৰ নাটনিও হোৱা নায় ৷

ল’কডাউনৰ সময়ত মীনপালক সকল বহু অসুবিধাত পৰিছিল কিয়নো এই ল’কডাউনৰ সময়ত নতুনকৈ মাছ পোনা দিয়াৰ সময় ৷ পোনা উৎপাদন কেন্দ্ৰ সমূহেও এই সময়তে মাছৰ পোনা সমূহ উৎপাদন কৰে।

কিন্তু মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ তৎপৰতাত সমবায় সমিতি সমূহক মাছ বিক্ৰীৰ সুবিধা কৰি দিয়া হয়। যাৰ ফলত সমবায় সমিতি সমূহৰ লগতে গুৱাহাটী বাসীও উপকৃত হ’য় ৷

‘‘অসমত মীন পালনেৰে স্বাৱলম্বী হ’ব পৰা এক সোণালী সুযোগ আছে ৷ মীনপালক সকলক মীন বিভাগে আৰু অলপ গুৰুত্ব প্ৰদান কৰিলে ৰাজ্যত উৎপাদিত থলুৱা মাছেৰেই চাহিদা পূৰণ হ’ব ৰাজ্যবাসীৰ  আনকি বহিঃৰাজ্যতো অসমৰ মীন পালক সকলে মাছ যোগান ধৰিবলৈ সক্ষম হ’ব,’’ চৌধুৰীয়ে লগতে কয় ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd