DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ভিড ৰোগীৰ সংখ্যা কমি অহাৰ পিচতো তৃতীয়বাৰৰ বাবে লকডাউন বৃদ্ধি বিশ্বনাথত  

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
July 19, 2021 7:30 pm
gol
183
VIEWS
Share on FacebookShare on Twitter

ইতিমধ্যে  অসম চৰকাৰে প্ৰকাশ কৰিছে ক’ভডি সম্পৰ্কীয় নতুন SOP ।

বিশ্বনাথৰ লগতে ৰাজ্যৰ  আন কেইবাখনো জিলা ক্ৰমে গোলাঘাট, লখিমপুৰ, যোৰহাট, শোণিতপুৰত  বাহাল থাকিব ‘Total Containment’ জিলা হিচাপে  সম্পূৰ্ণ সান্ধ্য আইন অব্যাহত থকাৰ কথা স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে ।

পৰৱৰ্তী এসপ্তাহলৈ প্ৰযোজ্য থাকিব এই নিৰ্দেশাৱলী। অৱশ্যে গেলামালৰ দোকানৰ লগতে শাক-পাচলি আৰু ফলমূলৰ বিপণী বিয়লি ৫ বজালৈকে খোলা ৰাখিব পাৰিব বুলি ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী গৰাকীয়ে নিৰ্দেশনাৱলী অনুসৰি  অৱগত কৰিছে ।

এই সন্দৰ্ভত বিশ্বনাথ জিলাৰ বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে , যিহেতু ক্ৰমান্বয়ে জিলা খনত হ্ৰাস পাই আহিছিল ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা।

সেই অনুসৰি জিলাবাসীয়ে জিলাখনত কিছু শিথিলতা হোৱাৰ যথেষ্ট সম্ভাৱনা বুলি আশা কৰিছিল যদিও পুনৰ জিলা খনত বন্ধ বৃদ্ধি কৰাৰ বাবে এই ক্ষেত্ৰত সচেতন মহলে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

উল্লেখ্য যে বাতৰি লিখা পৰলৈকে জিলা খনত সক্ৰিয় ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা হ’ল ৩৯৯ জন ।

Recent News

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd