• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউন: ISBTত কেনেকৈ দিন কটাইছে বাছতে আবদ্ধ চালকে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 28, 2020 7:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰাত্মক কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা লকডাউনৰ আজি চতুৰ্থ দিন।

জৰুৰীকালীন সেৱাসমূহক বাদ কৰি এতিয়া সকলোবোৰ স্তব্ধ হৈ পৰিছে। দেশজুৰি স্তব্ধ হৈ পৰিছে বাছ সেৱা, ৰেল সেৱাকে ধৰি জল পৰিবহণ সেৱা।

Apply Now

যোৱা এসপ্তাহ ধৰি বন্ধ হৈ আছে মহানগৰীৰ বেতকুছিস্থিত আইএছবিটি। তাত এতিয়া শ্মশানসদৃশ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।

দৈনিক ৬০০ৰ পৰা ৭০০ গাড়ী উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ চলাচল কৰে আইএছবিটিৰ পৰা। কিন্তু লকডাউনৰ ফলত এতিয়া এনেদৰে শ-শ বাছ পৰি ৰৈছে উক্ত স্থানত।

অন্য সময়ত উক্ত স্থানত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ যাত্ৰীৰ ভিৰ পৰিলক্ষিত হয়। দূৰণিবটীয়া যাত্ৰীসকলে নিজ নিজ ঠাইৰ অভিমুখী বাছৰ বাবে ৰৈ থাকে এই বাছ আস্থানত।

কিন্তু এতিয়া নীৰৱ নিস্তব্ধ আইএছবিটি। এই নিমাওমাও পৰিৱেশৰ মাজতে আবদ্ধ হৈ ৰৈছে প্ৰায় অৰ্দ্ধ শতাধিক বাছচালক।

যোৱা এসপ্তাহে অত্যন্ত কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিছে বাছচালকসকলে। তেওঁলোকৰ মাজত খাদ্য সা নাটনি হোৱাৰ লগতে খোৱাপানীৰ সুবিধাও লাভ কৰা নাই।

বাছচালকসকলৰ মাজৰ বেছিভাগ উজনি অসমৰ। লকডাউনৰ ফলত নিজৰ মৰমৰ ঘৰখনলৈ যাব পৰা নাই বাছচালকসকল।

তেওঁলোকে জনোৱা অনুসৰি আইএছবিটিত কেতিয়াও এনে অৱস্থা বা পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিল।

এসাজ ভালদৰে খাবলৈ নোপোৱা এইসকল অসহায় বাছচালকসকলে আৰক্ষীৰ বিৰুদ্ধে অভিযোগ তুলি কয় যে তেওঁলোকক বাৰম্বাৰ সেই স্থান এৰিবলৈ ভাবুকি প্ৰদান কৰি আহিছে।

অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ গ’লেও আৰক্ষীয়ে ওভটাই পঠিয়াই এইসকল গাড়ীচালকক।

উল্লেখযোগ্য যে, সদাব্যস্ত এই স্থানত পূৰ্বে কেতিয়াও এনে পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল।

লকডাউনৰ ফলত আইএছবিটিত আৱদ্ধ হৈ পৰা এইসকল চালকে যিকোনো প্ৰকাৰে নিজৰ ঘৰখনলৈ যাবলৈ সুবিধা কৰি দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd