• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ল’কডাউন : টীয়কত দিন হাজিৰা কৰা আৰ্তজনক প্ৰশাসনে প্ৰদান কৰিলে খাদ্য সামগ্ৰী

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , April 1, 2020 6:14 pm

1 min read

ল’কডাউন : টীয়কত দিন হাজিৰা কৰা আৰ্তজনক প্ৰশাসনে প্ৰদান কৰিলে খাদ্য সামগ্ৰী
924
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত আজি ল’কডাউনৰ অষ্টম দিন। ধাৰাবাহিক বন্ধৰ ফলত দিন হাজিৰা কৰা তথা যেনে তেনে পেটে-ভাতে খাই থকাসকল এতিয়া তীব্ৰ সংকটত পৰা পৰিলক্ষিত হৈছে।

বিভিন্ন দল-সংগঠন তথা সুহৃদয়বান ব্যক্তি বিশেষে বিগত সময়ত সেই পৰিয়ালসমূহক সাধ্য অনুসৰি খাদ্য সামগ্ৰী যোগান ধৰি সহায় কৰি অহাৰ সমান্তৰালকৈ আজি যোৰহাট জিলা প্ৰশাসনেও  টীয়ক পৌৰসভাৰ এলেকাৰ আৰ্তসকলক চাউল, দাইল, মিঠাতেল, নিমখ আদি ঘৰে ঘৰে গৈ অঞ্চলৰ গাঁওবুঢ়াৰ সহায়ত বিতৰণ কৰে।

প্ৰশাসনৰ হৈ টীয়ক ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰাৰ পৰ্যবেক্ষণত পৰিচালিত উক্ত কাৰ্যসূচীত টীয়ক ৰাজহ চক্ৰৰ (সংলগ্ন) চক্ৰ বিষয়া জয় প্ৰকাশ মহন্ত, পৌৰসভাৰ ২নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত অভিজিৎ বৰুৱা, ৪ নং ৱাৰ্ডৰ আয়ুক্ত মাধৱী হাজৰিকাই সহযোগিতা আগবঢ়ায়।

আনহাতে প্ৰশাসন আৰু টীয়ক পৌৰসভাৰ পৌৰপতি ৰফিক উজ জামানৰ সহযোগত টীয়কৰ অগ্নি নিৰ্বাপক বাহিনীৰ দ্বাৰা টীয়কৰ নগৰ এলেকাৰ বিভিন্ন জনবহুল স্থানত আজি পুনৰ ছেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হয়।

টীয়ক পৌৰসভা এলেকাৰ অন্তৰ্গত অফিচ কাছাৰী, মন্দিৰ, গিৰ্জা, নামঘৰ, মছজিদকে ধৰি এটিম, ফাৰ্মেচী সকলো স্থান পুনৰ ছেনিটাইজেশ্যন কৰি পৰিৱেশ সুস্থ কৰিবলৈ চেষ্টা অব্যাহত ৰখা দেখা যায়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd