DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লকডাউনৰ সময়ত দৰিদ্ৰলৈ বিনামূলীয়া এম্বুলেন্স তিনিচুকীয়াৰ এইজন ব্যক্তিৰ

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
May 16, 2020 7:09 pm
Lockdown: Tinsukia man provides free ambulance service to poor

অনন্ত হাজৰিকা।

4.6k
VIEWS
Share on FacebookShare on Twitter

এজন ৫০ বৰ্ষীয় ব্যক্তিয়ে চলিত লকডাউনৰ সময়ত তিনিচুকীয়া জিলাৰ দৰিদ্ৰ লোকসকললৈ বিনামূলীয়া এম্বুলেন্স সেৱা আগবঢ়াই আহিছে।

ব্যক্তিজনৰ নাম অনন্ত হাজৰিকা। ঘৰ তিনিচুকীয়াৰ বৰগুৰি অঞ্চলত। এতিয়ালৈকে তেওঁ জিলাখনৰ ২১ গৰাকী ৰোগীক লকডাউনৰ সময়ত সহায় কৰিছে।

অনন্ত হাজৰিকা তেওঁৰ মানৱসেৱাৰ বাবে অঞ্চলটোৰ লোকসকলৰ মাজত জনপ্ৰিয়, লগতে এক প্ৰেৰণাও।

মানুহে জৰুৰী সময়ত তেওঁৰ সহায় বিচাৰে। আৰু তেওঁ তেওঁৰ এম্বুলেন্সেৰে ৰোগীসকলক চিকিৎসালয়লৈ কঢ়িয়াই নিয়ে।

হাজৰিকাৰ এই মানৱসেৱাৰ আঁৰৰ প্ৰেৰণা তেওঁৰ মাতৃ।

“মানৱসেৱা কৰাতো মোৰ কাম আৰু সৰুৰে পৰা এই কথা মই মোৰ মাৰ পৰা শিকিছো। মই বঞ্চিত লোকৰ বাবে কাম কৰি ভাল পাওঁ কাৰণ তেওঁলোকেই আমাৰ সমাজৰ প্ৰকৃত ভুক্তভোগী,” নৰ্থইষ্ট নাওক হাজৰিকাই কয়।

হাজৰিকাই কয় তেওঁ আনক সুখী দেখিব খোজে আৰু তাতেই তেওঁ শান্তি বিচাৰি পায়।

এম্বুলেন্সৰ উপৰি হাজৰিকাই আন ধৰণেৰেও দৰিদ্ৰ, অভাৱগ্ৰস্ত মানুহক সেৱা আগবঢ়াই আহিছে।

হাজৰিকাই তিনিচুকীয়াৰ তিনিজন নিবনুৱাক অট’ৰিক্সা কিনি দিছে। যুৱককেইজনে এতিয়া চহৰত অট’ চলাই জীৱন নিৰ্বাহ কৰে।

লকডাউনৰ পিছত এটি নতুন পুৱাৰ আৱিৰ্ভাৱ হ’ব আৰু ভাল হ’ব বুলি হাজৰিকাই আশা কৰে।

“লকডাউনৰ ফলত বিশেষকৈ দিনমজুৰি কৰাসকলে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে যথেষ্ঠ ভুগিব লগা হৈছে। মই আশাবাদী যে এটি নতুন পুৱাৰ উদয় হ’ব,” হাজৰিকাই কয়।

আনক সহায় কৰি ভাল পোৱা হাজৰিকাক লৈ তেওঁৰ গাওঁবাসীয়েও গৰ্বিত অনুভৱ কৰে। তেওঁ নিজৰ কামৰ জৰিয়তে সমাজত এক দৃষ্টান্ত স্থাপন কৰিছে।

“অনন্ত আনক সহায় কৰিবলৈ সদায়ে ২৪ ঘণ্টাই সাজু,” এজন গাওঁবাসীয়ে কয়।

Recent News

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd