• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডা০ দেবেন দত্ত হত্যাকাণ্ডৰ পাছত বৃহস্পতিবাৰৰ পৰা পুনৰ মুকলি হ’ব টীয়ক চাহ বাগিছা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 11, 2019 10:08 pm

1 min read

Teok-Tea-Estate-750x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

678
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰৰ পৰা পুনৰ টীয়ক চাহ বাগিছা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে টীয়ম চাহ বাগিছা কৰ্তৃপক্ষয়।

৩১ আগষ্ট আবেলি টীয়ক চাহ বাগিছাত কৰ্মৰত কিছুসংখ্যক উন্মত্ত চাহ শ্ৰমিকৰ আক্ৰমণত বাগিছাখনত কৰ্তব্যৰত চিকিৎসক ড০ দেবেন দত্তৰ মৃত্যু হোৱাৰ পাছৰে পৰা চাহ বাগিছাখন বন্ধ কৰি ৰখা হৈছিল।

বৃহস্পতিবাৰে যোৰহাট জিলাৰ উপায়ুক্ত ৰশ্নি এ কোৰাতিয়ে সভাপতিত্ব কৰা এখন বৈঠকৰ অন্তত টীয়ক চাহ বাগিছা পুনৰ খোলাৰ কথা ঘোষণা কৰা হয়।

উপায়ুক্তৰ সৈতে হোৱা বৈঠকত চাহ বাগিছাখনৰ শ্ৰমিক, পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু শ্ৰমিক য়ুনিয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

চাহ বাগিছা কৰ্তৃপক্ষই বাগিচাখনৰ দুটা অংশ ক্ৰমে খনিকৰ আৰু ডালিমিৰ পৰা তলা বন্ধ কাৰ্য্যসূচী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে।

আনহাতে, ১৩ আৰু ১৪ ছেপ্টেম্বৰত পৰ্যায়ক্ৰমে চাহ বাগিছাখনৰ আন আন অংশসমূহো মুকলি কৰা হ’ব বুলি বৈঠকৰ অন্তত জনোৱা হয়।

চাহ বাগিছা কৰ্তৃপক্ষ, চাহ শ্ৰমিকৰ সৈতে অনুষ্ঠিত হোৱা কেইবালানি বৈঠকৰ অন্ততহে বাগিছাখন পুনৰ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জনায় উপায়ুক্ত কোৰাতিয়ে।

Recent News

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd