• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

সঞ্জীৱ গোৱেংকাৰ ব্যৱহাৰত ক্ষুণ্ণ কান্নুৰ লোকেশ ৰাহুল! পদত্যাগৰ সম্ভাৱনা; দায়িত্ব ল’ব নেকি নিকোলাছ পুৰনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2024 8:36 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক লোকেশ ৰাহুলে নেতৃত্বৰ পৰা পদত্যাগ কৰিব পাৰে। আই পি এল লীগৰ অন্তিম দুখন মেচত সঞ্জীৱ গোৱেংকা ফ্ৰেঞ্চাইজিক নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে উপ-অধিনায়ক নিকোলাছ পুৰানে। বুধবাৰে খেলৰ পাছত ফ্ৰেঞ্চাইজিৰ মালিকৰ ব্যৱহাৰক লৈ বৰ ক্ষুব্ধ হৈ পৰিছে ৰাহুল।

বুধবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত লক্ষ্ণৌৰ পৰাজয়ৰাপিছত দলৰ স্বত্বাধিকাৰী গোৱেংকাই খেলপথাৰত নামি ৰাজহুৱাভাৱে ৰাহুলক ধমক দিয়ে। সেই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সমালোচনাৰ সন্মুখীন হৈছে লক্ষ্ণৌৰ ফ্ৰেঞ্চাইজি কৰ্তৃপক্ষ। গোৱেংকাৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন হৈছে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি ৰাজহুৱাভাৱে অপমানিত হৈ ৰাহুলে নেতৃত্ব ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। গোৱেংকাৰ দলৰ হৈ খেলিবলৈ এতিয়া আৰু আগ্ৰহ ৰাহুলৰ ইচ্ছা নাই। আনহাতে, লক্ষ্ণৌৰ ফ্ৰেঞ্চাইজিয়েও অহা বছৰ আই পি এলৰ নিলামত ৰাহুলক আগুৱাই যাবলৈ দিব পাৰে। এনে পৰিস্থিতিত ভাৰতীয় দলৰ প্ৰবীণ উইকেটকীপাৰ-বেটছমেনগৰাকীৰ পদত্যাগ কথাই চৰ্চা লাভ কৰিছে৷

আই পি এলত লক্ষ্ণৌৰ পৰৱৰ্তী মেচ হ’ব ১৪ মে’ত দিল্লী কেপিটেলছৰ বিৰুদ্ধে। ইয়াৰ মাজতে ৰাহুলে পদত্যাগ কৰাৰ সিদ্ধান্তৰ বিষয়ে ফ্ৰেঞ্চাইজি কৰ্তৃপক্ষক অৱগত কৰিব পাৰে। আই পি এলৰ এজন বিষয়াই কয়, ‘দিল্লীৰ বিৰুদ্ধে পৰৱৰ্তী মেচ খেলাৰ পাঁচ দিন আগতে কোনো পক্ষই এতিয়ালৈকে চূড়ান্ত সিদ্ধান্ত লোৱা নাই। এনে লাগে যেন ৰাহুলে নেতৃত্বৰ পৰা পদত্যাগ কৰিব। এনে লাগে যেন ফ্ৰেঞ্চাইজি কৰ্তৃপক্ষয়ো তেওঁৰ পদত্যাগ মানি ল’ব।’ বুধবাৰৰ মেচখনৰ পাছতে ৰাহুলৰ সৈতে গোৱেংকাৰ সম্পৰ্ক তিক্ত হৈ পৰিছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

Apply Now

এইবাৰৰ আই পি এলত ৰাহুলে এই পৰ্যন্ত ১২খন খেলত ৪৬০ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ ষ্ট্ৰাইক ৰেট ১৩৬.০৯। বুধবাৰে তেওঁ ৩৩টা বলত ২৯ ৰান সংগ্ৰহ কৰে। পাৱাৰ প্লে’ৰ সুবিধা ল’ব নোৱাৰিলে ৰাহুলে। হায়দৰাবাদৰ হাতত পৰাজয়ৰ ফলত লক্ষ্ণৌৰ আই পি এল প্লে অফলৈ যোৱাৰ সম্ভাৱনা আৰু অধিক কঠিন হৈ পৰিছে। যদিও ১৬ পইণ্ট লাভ কৰাৰ সুযোগ আছে, তথাপিও নেট ৰান ৰেটত পিছ পৰি আছে ৰাহুলৰ দল। হায়দৰাবাদে ৯.৪ অভাৰত ১৬৭ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে। দলৰ পৰাজয়ত উত্তেজিত হৈ গোৱেংকাই খেলৰ অন্তত খেলপথাৰলৈ নামি আহি ৰাহুলক ধমক দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd