• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাপৰৰ কৃষ্ণকলি সমল কেন্দ্ৰত সমূহীয়া লোক উৎসৱ সম্পন্ন 

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
November 28, 2022 4:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশুক বিদ্যালয়মুখী কৰাৰ ক্ষেত্ৰত অভিভাৱক তথা ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে চাপৰ শিক্ষাখণ্ডৰ অধীনৰ কৃষ্ণকলি সমল কেন্দ্ৰত দিনজোৰা কার্যসূচীৰে সমূহীয়া লোক উৎসৱ সম্পন্ন হয়।উল্লেখ্য যে সমল কেন্দ্ৰটোৰ অন্তৰ্গত চৈবাৰী চাহ বাগিচা এম,ই স্কুলত অনুষ্ঠিত হোৱা উৎসৱৰ কৰ্য্যসূচীত প্ৰতিখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকৰ লগতে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে।

এই উৎসৱৰ কাৰ্যসূচীৰ আৰম্ভণিতে সংবিধান দিৱস উপলক্ষে সংবিধানৰ পিতৃপুৰুষ ডঃ ভীমৰাও জী আম্বেদকাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে কৃষ্ণকলি সমল কেন্দ্ৰৰ মণ্ডল কেন্দ্ৰ সমন্বয়ক শ্যামসুন্দৰ ৰায়ে।তাৰ পাছতে সংবিধানৰ প্ৰস্তাৱনাটো সমূহীয়াভাৱে পাঠ কৰি এক সজাগতা মূলক শোভাযাত্ৰা উলিওৱা হয়।উপস্থিত সকলো শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ কৰা শোভাযাত্ৰাটো চৈবাৰী হাটখলা হৈ প্ৰায় এক কিলোমিটাৰ পথ সমদল কৰি পৰিক্ৰমা কৰে ।তাৰ পাছতে বিদ্যালয় চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে মুকলি কৰে ফলিমাৰী-কৃষ্ণকলি গাঁও পঞ্চায়ত পঞ্চায়তৰ সভাপতি লালদেৱ ছায়মাই।

Apply Now

পৰৱৰ্তী পৰ্য্যায়ত অভিভাৱক তথা ৰাইজৰ মাজত প্ৰতিযোগিতা মূলক কেইবাটাও গ্ৰাম্য ক্ৰীড়া অনুষ্ঠিত কৰা হয়।চৈবাৰী চাহ বাগিচা আদৰ্শ হাই স্কুলৰ প্ৰধান শিক্ষক দীপক কুজুৰ,সহশিক্ষয়িত্ৰী দেৱী কুমাৰী ছেত্ৰী, চৈবাৰী চাহ বাগিচা এম, ই স্কুলৰ প্ৰধান শিক্ষক শাহজামাল সৰকাৰ, সহ শিক্ষক মহাবীৰ বাৰাইকৰ লগতে স্থানীয় পঞ্চায়ত প্ৰতিনিধি এগৰাকীয়ে পৰিচালনা কৰা এই ক্ৰীড়া সমূহত স্থানপ্ৰাপ্ত সকলক পুৰস্কৃত কৰা হয়। ক্ৰীড়া প্ৰতিযোগিতাৰ পাছতে সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীৰ লগতে বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন হয় ।

শিক্ষক ধীমান দাসে আঁত ধৰা অনুষ্ঠানটোত অভিভাৱক তথা ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰা বিহু, ঝুমুৰ, গোৱালপৰীয়াকে ধৰি বাৰে ৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীয়ে অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদান কৰে ।আনহাতে এই অনুষ্ঠানতে শিক্ষক-শিক্ষিয়িত্ৰী ক্ৰমে মহাবীৰ বাৰাইক, সঞ্জীৱ বৰুৱা, হিমাশ্ৰী স্বৰ্গীয়াৰী, সূচিত্রা ৰায়, পম্পী ৰায় ,দেৱী ছেত্ৰীয়ে গীত তথা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি অনুষ্ঠানৰ উৎসাহ দুগুণে বৃদ্ধি কৰে।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm
শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm
সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm
শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd