• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাক প্ৰতিহতৰ প্ৰস্তুতি; ৰাজ্য চৰকাৰলৈ ১.৫ আৰু ১.১ কোটি টকাৰ সাহায্য ঘোষণা সাংসদ বদৰুদ্দিন আজমল আৰু ভূৱনেশ্বৰ কলিতাৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
March 26, 2020 6:37 pm
Badaruddin Ajmal And Bhubaneswar

ভূৱনেশ্বৰ কলিতা আৰু বদৰুদ্দিন আজমল

36.7k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশত ক’ৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে চৰকাৰ তথা প্ৰশাসনে জনসাধাৰণৰ সহযোগিতাত এই মৰাত্মক ভাইৰাছ বিধৰ পৰা দেশক মুক্ত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

দেশৰ বিভিন্ন ৰাজনৈতিক নেতা, অভিনেতা, খেলুৱৈ সকলে চৰকাৰক ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে প্ৰয়োজনীয় চিকিৎসা ক্ৰয় কৰাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছে।

শেহতীয়াভাৱে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে মহামাৰী ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ, সজাগতা আৰু প্ৰতিৰোধী ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সাহায্য পুজিলৈ ১ কোটি ৫০ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

আনহাতে, বদৰুদ্দিন আজমলৰ লগতে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতায়ো ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান আৰু ভাইৰাছবিধক প্ৰতিৰোধ কৰাৰ বাবে নিজৰ সাংসদ পুঁজিৰ পৰা ১ কোটি টকা ৰাজ্য চৰকাৰলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

তদুপৰি, গুৱাহাটীত চিকিৎসালয় নিৰ্মাণৰ বাবে সাংসদ পুঁজিৰ উপৰিও ব্যক্তিগতভাৱে ১০ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে সাংসদ গৰাকীয়ে।

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত আইচিয়ু স্থাপনৰ বাবে নিজৰ ব্যক্তিগত একাউণ্টৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰিব বুলিও সাংসদ কলিতাই লগতে কয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd