DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভয় ভয় লাগি আছিল, এতিয়াহে নাচিব ৰঞ্জিত দাসে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 23, 2019 5:45 pm
23-05-19 Guwahati- Ranjeet kumar Das Loksabha election 2019 result: Assam BJP president thanks people for showing faith

বৃ্হস্পতিবাৰে সমৰ্থকৰ মাজত ৰঞ্জিত দাস। ছবি- ইউ বি।

2.6k
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ প্ৰচাৰত জনপ্ৰিয় হোৱা “আকৌ এবাৰ মোদী চৰকাৰ” শীৰ্ষক গীতত নাচিবলৈ কিছু সংকোচ কৰিছিল অসম বিজেপিৰ ৰঞ্জিত দাসে। পিছে এতিয়া নাচিব তেওঁ।

বৃহস্পতিবাৰে নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ মাজতে গুৱাহাটীত এই মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতিজনে।

“সকলোৱে আকৌ এবাৰ মোদী চৰকাৰ গীতত নাচিছিল যদিও মই নচা নাছিলো, কিয়নো অলপ ভয় ভয় লাগি আছিল। এতিয়া হিমন্ত বিশ্ব, সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি আহি সকলো কাৰ্য্যকৰ্তাৰ লগত একেলগে নাচিম,” ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত সংবাদমেলত দাসৰ মন্তব্য।

দেশজুৰি অভূতপূৰ্ব বিজয়ৰ দিশে আগবঢ়া বিজেপিৰ অসমৰ প্ৰাৰ্থীসকললৈ জনোৱা সমৰ্থনৰ বাবে অসমৰ ৰাইজ, বিজেপিৰ কাৰ্য্যকৰ্তা আৰু সংবাদ মাধ্যম তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

আবেলি ৫:৩০ বজালৈকে অসমৰ ৯খন আসনত অগ্ৰগতি লাভ কৰিছে গেৰুৱা দলটোৱে।

দলটোৰ সফলতাৰ ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাংগঠনিক দক্ষতাৰ শলাগ লোৱাৰ উপৰিও দাসে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাইজসেৱাৰ উল্লেখ কৰে।

ৰাইজে বিজেপিক বিশ্বাসত লোৱা বুলি উল্লেখ কৰি তেওঁ কয়, “এতিয়া আমাৰ আৰু দায়িত্ব বাঢ়িল। তৃণমূললৈকে যাব পৰা বাবে এই বিজয়।”

জয়ী হ’ব লগা সাংসদসকলে ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে তেওঁলোকৰ এতিয়াৰ পৰা দায়িত্ব আৰু বাঢ়িল।

Tags: নিৰ্বাচন ২০১৯

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd