• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভানুৰ আদৰ্শ|| পৰাজিত হ’লেও কামত সহায় কৰিব পল্লৱলোচনক [Video]

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 23, 2019 10:15 pm
Loksabha election 2019: Tezpur cong candidate MGVK Bhanu offers all support to BJP winner

নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে একেলগে ভানু, পল্লৱ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেজপুৰ লোকসভা সমষ্টিত পৰাজয় স্বীকাৰ কৰি কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে ঘোষণা কৰিছে যে নিশ্চিত বিজয়ৰ দিশে আগবঢ়া পল্লৱ লোচন দাসৰ সাংসদ কাৰ্য্যকালত তেওঁ সকলো সহায় কৰিব।

নিশ্চিত বিজয়ী দাসলৈ শুভেচ্ছা জ্ঞাপন কৰি এক ফে’চবুক ভিডিঅ’যোগে ভানুৱে এই কথা সদৰী কৰিছে।

Apply Now

“তেজপুৰ সংসদীয় সমষ্টিৰ পৰা পল্লৱলোচন দাসক নিৰ্বাচিত হোৱাৰ বাবে তেওঁক মই শুভেচ্ছা জনাইছো। তেজপুৰ লোকসভা সমষ্টিৰ উন্নয়নৰ কাৰণে যি কাম-কাজ কৰিব সেই কাম-কাজত মই সহায়-সহযোগিতা আগবঢ়াম বুলি মই কৈছো,”  ভিডিঅ’যোগে ভানুৰ মন্তব্য।

গণতান্ত্ৰিক পৰাজয়ক স্বীকাৰ কৰি তেজপুৰ সমষ্টিৰ ৰাইজকো সাংসদ প্ৰাৰ্থীজনে ধন্যবাদ জ্ঞাপন কৰিছে।

“নিৰ্বাচনত হৰা-জিকা থাকেই। মনৰ পৰা কৈছো, আমি জিকিলেও হাৰিলেও ৰাইজে যি ৰায় দিছে, সেই ৰায়ৰ প্ৰতি সন্মান কৰো। জনতা জনাৰ্দন,” ভানুৰ মন্তব্য।

একেটা ভিদিঅ’তে নিৰ্বাচনত খটা সকলো কংগ্ৰেছ কৰ্মীকো অৱসৰপ্ৰাপ্ত আমোলাজনে ধন্যবাদ জ্ঞাপন কৰিছে।

নিজ দলৰ সকলো নেতা-কৰ্মীয়ে তেওঁক জয়ী কৰাবলৈ কৰা চেষ্টাৰ শলাগ লৈ ভানুৱে কয় যে যুৱ কংগ্ৰেছ, সেৱা কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছকে ধৰি সকলো কংগ্ৰেছ নেতা-কৰ্মীয়ে বহুত কষ্ট কৰিছে।

https://www.facebook.com/MGVKBhanuOfficial/videos/312482026320320/

সমষ্টিটোৰ ভোটগণনাত ৰাতি ১০ বজালৈকে বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাস ভানুতকৈ ২,৪০,৩৪৫টা ভোটত আগবাঢ়ি আছে।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

June 25, 2026 11:18 am
প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

June 25, 2026 11:18 am
প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd