• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আচৰিত নহ’ব, অগপই আচলতে তিনিটা ছীটতো নিৰ্বাচন খেলিব খোজা নাছিল!

চলিত লোকসভা নিৰ্বাচনত বিজেপিয়ে মিত্ৰ অগপক কম আসন দি ঠগা বুলি আঞ্চলিক দলটোৰ বহু সমৰ্থকে ক্ষোভ প্ৰকাশ কৰিলেও, এক বিপৰীত ছবিহে মঙলবাৰে প্ৰকাশ কৰিছে ৰঞ্জিত দাসে।

অনুপ শৰ্মা by অনুপ শৰ্মা
May 7, 2019 8:51 pm
Loksabha election: AGP did not wish to contest even in three seats, says Ranjit Dass

প্ৰধান মন্ত্ৰী মোদীৰ সৈতে অগপ নেতাৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত লোকসভা নিৰ্বাচনত বিজেপিয়ে মিত্ৰ অগপক কম আসন দি ঠগা বুলি আঞ্চলিক দলটোৰ বহু সমৰ্থকে ক্ষোভ প্ৰকাশ কৰিলেও, এক বিপৰীত ছবিহে মঙলবাৰে প্ৰকাশ কৰিছে ৰঞ্জিত দাসে।

গেৰুৱা দলটোৰ ৰাজ্যিক সভাপতিজনৰ মতে অগপই বিচৰাতকৈয়ো বেছি আসনহে এৰি দিছে বিজেপিয়ে।

Apply Now

অসমত ভোটগ্ৰহণ সমাপ্ত হোৱা নিৰ্বাচনটোত তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰা আঞ্চলিক দলটোৱে আচলতে, দাসৰ মতে, দুটা সমষ্টিহে বিচাৰিছিল।

“লোকসভা নিৰ্বাচনত এ’ জি পিয়ে মাত্ৰ দুটা ছীট বিচাৰিছিল– বৰপেটা আৰু কলিয়াবৰ। আামি তেওঁলোকক ধুবুৰীৰ আসনখনো দি দিছো,” বিজেপি নেতাজনে কয়।

আনহাতে ধুবুৰী সমষ্টিত বিজেপিৰ প্ৰত্যেকটো ভোট অগপই পাইছে বুলিও দাবী কৰে দাসে।

“আমি নিজাববীয়াকৈ ধুবুৰীৰ আসনখন দখল কৰিব নোৱাৰিলোহেঁতেন। ধুবুৰীত বিজেপি ভোটৰ ১০০ শতাংশই অগপই পাইছে,” দাসে জনায়।

নিৰ্বাচনটোত ৩টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অগপই ১০খন আসনত গেৰুৱা দলক সমৰ্থন কৰিছিল। বাকী কোকৰাঝাৰত আছিল মিত্ৰজোঁটৰে বি পি এফ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্ম।

আনহাতে ধুবুৰীত ১০০ শতাংশ বিজেপি ভোট মিত্ৰ অগপই পোৱা বুলি দাসে দাবী কৰাৰ বিপৰীতে অসম আন্দোলনৰ সৃষ্টি অগপৰ নাগৰিকত্ব বিধেয়ক-বিৰোধী বহু ভোট কংগ্ৰেছমুখী হোৱাৰ সম্ভাৱনাও আছে।

আঞ্চলিক দলটোৰ প্ৰতিষ্ঠাপক তথা অসমৰ বাহিৰত দলটোৰ একমাত্ৰ মুখ, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্ত স্পষ্টভাৱে নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰি আছিল।

বিধেয়ক-বিৰোধিতাক নিৰ্বাচনৰ “বিষয়”ৰূপে ল’বলৈ আহ্বান জনায় মহন্তই নিজে ভোট দিয়াৰ পৰা বিৰত আছিল।

বিতৰ্কিত বিধেয়কখনৰ প্ৰশ্নত যোৱা জানুৱাৰিত মিত্ৰতা ভাঙি মাত্ৰ কেইমাহমানতে পুনৰ জোঁট বন্ধাক লৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেইবাজনো নেতাই আঞ্চলিক দলটো ত্যাগ কৰিছিল। বহুতক বহিষ্কাৰ আৰু আনকি কেইবাখনো আঞ্চলিক সমিতিক কাৰণ দৰ্শোৱাৰ জাননী দিব লগা হৈছে অগপৰ “শীৰ্ষ” নেতৃত্বই।

বিধেয়ক বিষয়টোৰ অৱশ্যে এতিয়াও কোনো সমাধান সূত্ৰ ওলোৱা নাই আৰু তাৰ বিপৰীতে বিজেপিয়ে বিধেয়ক গ্ৰহণৰ ৰাষ্ট্ৰীয় সংকল্পৰেৰে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

Tags: নিৰ্বাচন ২০১৯
অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd