• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা সমষ্টিৰ নিৰ্বাচনী তথ্য : তেজপুৰ লোকসভা সমষ্টি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2019 8:45 pm
Loksabha election: Constituency profile of Assam's Tezpur
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শোণিতপুৰ জিলাৰ সম্পূৰ্ণ অংশ আৰু লখিমপুৰ আৰু দৰং জিলাৰ একাংশ সামৰি গঠন হৈছে তেজপুৰ লোকসভা সমষ্টি। এই সমষ্টিটো অসংৰক্ষিত।

নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি সমষ্টিটোত এইবাৰ ভোটাৰৰ সংখ্যা তলত দিয়া ধৰণৰ

Apply Now
  • মুঠ ভোটাৰৰ সংখ্যা ১৪৮২৩৬৮ গৰাকী
  • পুৰুষ ভোটাৰ : ৭৫৮১৪৬জন
  • মহিলা ভোটাৰ : ৭২৪১৯২গৰাকী
  • তৃতীয় লিংগৰ ভোটাৰ: ৩০গৰাকী

মুঠ ভোটকেন্দ্ৰ আছে ১৮৮০টা

১৯৫৭ চনত সমষ্টিটোৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ বিজয় চন্দ্ৰ ভাগৱতী সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

বৰ্তমান বিজেপিৰ দখলত থকা সমষ্টিটোৰ সাংসদ হৈছে ৰাম প্ৰসাদ শৰ্মা। সাংসদ শৰ্মাক প্ৰাৰ্থিত্ব নিদি ’১৯ৰ নিৰ্বাচনত সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থিত্ব দিয়া হৈছে পল্লৱ লোচন দাসক।

লোচন দাস ৰঙাপাৰাৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী।

লোকসভা সমষ্টিটোত বিধানসভাৰ ৯টা সমষ্টি অন্তৰ্গত। ইয়াৰ এটাও সমষ্টি সংৰক্ষিত নহয়–

১। ১০৯ বিহপুৰীয়া  (বিজেপিৰ দখলত, বিধায়ক দেৱানন্দ হাজৰিকা)

২। ৭৮ গহপুৰ (বিজেপিৰ দখলত, বিধায়ক উৎপল বৰা)

৩। ৭৭ বিহালী (বিজেপিৰ দখলত, বিধায়ক ৰঞ্জিত দত্ত)

৪। ৭৬ বিশ্বনাথ (বিজেপিৰ দখলত, বিধায়ক প্ৰমোদ বৰঠাকুৰ)

৫। ৭৫ চতিয়া (বিজেপিৰ দখলত, বিধায়ক পদ্ম হাজৰিকা)

৬। ৭৪ ৰঙাপাৰা (বিজেপিৰ দখলত, বিধায়ক পল্লৱ লোচন দাস)

৭। ৭৩ তেজপুৰ (অগপৰ দখলত, বিধায়ক বৃন্দাবন গোস্বামী)

৮। ৭২ বৰচলা (বিজেপিৰ দখলত, বিধায়ক গণেশ কুমাৰ লিম্বু)

৯। ৭১ ঢেকীয়াজুলি (বিজেপিৰ দখলত, বিধায়ক অশোকানন্দ সিংহাল)

উল্লেখযোগ্য যে বিগত নিৰ্বাচন সমূহত মূলতঃ কংগ্ৰেছৰ আধিপত্য চলি অহা সমষ্টিটোত ’৭৭ত জনতা দলৰ পূৰ্ণ নাৰায়ণ সিংহ,’০৯ত অগপৰ যোচেফ তপ্ন’ আৰু ২০১৪ত বিজেপিৰ ৰাম প্ৰসাদ শৰ্মাই জয়লাভ কৰিছে।

২০১৪ চনৰ নিৰ্বাচনত আৰ পি শৰ্মাই ৪৪৬৫১১টা ভোট লাভ কৰাৰ বিপৰীতে  দ্বিতীয় স্থানত থকা কংগ্ৰেছৰ ভূপেন বৰাই পাই ৩৬০৪৯১টা ভোট। তদুপৰি নিৰ্দলীয় প্ৰাৰ্থী মণিকুমাৰ চুব্বাই ৬২৭৩০টা, অগপৰ যোচেফ তপ্প’ই ৪০৪৮৯টাৰ বিপৰীতে ন’টাত পৰে ১৬,৬৬৭টা ভোট।

২০১৯ চনৰ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ত সমষ্টিটোত ভোটগ্ৰহণ সম্পন্ন হ’ব। প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অহা ১১ এপ্ৰিলত।

নিৰ্বাচনৰ বাবে সমষ্টিটোত এইবাৰ মুঠ ১০জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। তেওঁলোক হ’ল ক্ৰমে– কংগ্ৰেছৰ এম জি ভি কে ভানু, বিজেপিৰ পল্লৱ লোচন দাস, বহুজন মুক্তি পাৰ্তিৰ ৰণ বিজয় কুমাৰ ৰাই, এন পি পিৰ ৰাম বাহাদুৰ চ’নাৰ, অল ইণ্ডিয়া হিন্দুস্তান কংগ্ৰেছ পাৰ্তিৰ কৃষ্ণা হৰিপাল, ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেলৰ মহেন্দ্ৰ ওৰাং, এন চি পিৰ মহেন্দ্ৰ ভূঞা আৰু নিৰ্দলীয় ইকবাল আনছাৰী, বিজয় কুমাৰ তিৰু আৰু জিয়াবুৰ ৰহমান খান।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd