• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত পত্নীসহ ভোট দিব প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙে

অনুপ শৰ্মা by অনুপ শৰ্মা
April 21, 2019 8:36 am
Loksabha election: Former PM Manmohan Singh to cast vote in Guwahati

পূৰ্বে গুৱাহাটীত ভোটদানৰ পিছত পত্নীসহ মনমোহন সিং। ছবি সৌজন্য-- Livemint।

1.1k
VIEWS
Share on FacebookShare on Twitter

অহা ২৩ এপ্ৰিলত দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং আৰু পত্নী গুৰচৰণ কৌৰে গুৱাহাটীত কৰিব লোকসভা নিৰ্বাচনৰ ভোটদান।

প্ৰদেশ কংগ্ৰেছৰ এজন জ্যেষ্ঠ মুখপাত্ৰই এই কথা সদৰী কৰি কয় যে ভোটদানৰ পিছতে সেইদিনাই পুনৰ নতুন দিল্লীলৈ উৰা মাৰিব প্ৰাক্তন প্ৰধান মন্ত্ৰীজনে।

সিং আৰু পত্নী কৌৰ দিচপুৰ বিধানসভা সমষ্টিৰ ভোটাৰ।

অসমৰ ৫২নং বিধানসভা সমষ্টিটোৰ ভোটাৰ তালিকাৰ ৬২৩ ক্ৰমাংকত সিঙৰ নাম আছে। কৌৰৰ ভোটাৰ নং ৬২৪।

সিঙৰ আৱাসৰ ঠিকনাৰূপে উল্লেখ আছে ঘৰ নং ৩৯৮৯, সৰুমটৰীয়া, গুৱাহাটী। অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াই তেওঁৰ ঘৰটো সিঙক ভাৰাত ব্যৱহাৰ কৰিবলৈ দিছিল।

নৰসিমহা ৰাও চৰকাৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰূপে মনমোহন সিং অন্তৰ্ভুক্ত হোৱাৰ পিছত তদানীন্তন মুখ্য মন্ত্ৰী শইকীয়াই তেওঁলৈ অসমৰ ৰাজ্যসভাৰ আসন এখন আগবঢ়াইছিল।

১৯৯১ চনৰে পৰা ধাৰাবাহিকভাৱে ৫ বাৰৰ বাবে প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰি আহিছে।

এই বছৰৰ জুনত তেওঁৰ ৰাজ্যসভাৰ সভ্য পদ উকলিব।

Tags: নিৰ্বাচন ২০১৯

Recent News

পুৱা উঠাৰ লগে লগে মূৰৰ বিষ! সম্ভাৱ্য কাৰণ আৰু নিৰাময় সন্দৰ্ভত কি কয় বিশেষজ্ঞই?

পুৱা উঠাৰ লগে লগে মূৰৰ বিষ! সম্ভাৱ্য কাৰণ আৰু নিৰাময় সন্দৰ্ভত কি কয় বিশেষজ্ঞই?

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd