• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উঃ-পূবত অন্ত পৰিল ভোটগ্ৰহণ প্ৰক্ৰিয়া; ৩য় পৰ্য্যায়ত অসমত ১০ শতাংশ বাঢ়িল ভোটদান

৮৬.৯৪ শতাংশৰে ধুবুৰীত ভোটদানৰ হাৰ সৰ্বাধিক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 23, 2019 9:29 pm

1 min read

Musalpur_Polling Station

তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত মুছলপুৰ ভোটকেন্দ্ৰৰ এটা দৃশ্য। ২৩ এপ্ৰিল, ২০১৯-অত। ফটো : য়ু বি।

771
VIEWS
Share on FacebookShare on Twitter

অসমত চাৰিটা আৰু ত্ৰিপুৰাত এটা সমষ্টিত ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ লগে লগে উত্তৰ-পূবত আজি লোকসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰে। আজি তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত আছিল।

আজি সন্ধিয়াৰ ৭ বজাত পোৱা আপডেইট অনুসৰি অসমৰ চাৰিটা সমষ্টিৰ গড় ভোটদানৰ হাৰ ৮০.৭৪ শতাংশ। কেৱল এটা সমষ্টি (ত্ৰিপুৰা পূব)ৰ ভোটগ্ৰহণ হোৱা ত্ৰিপুৰাত হাৰ ৫ বজালৈকে ৭৯ শতাংশ।

অৱশ্যে দুয়োখন ৰাজ্যৰে ভোটদানৰ হাৰ আৰু কিছু উন্নত হোৱাৰ অৱকাশ থকাৰ কথা জনালে নিৰ্বাচনী বিষয়াসকলে।

অসমত তৃতীয় পৰ্য্যায়ত ভোটগ্ৰহণ হোৱা সমষ্টি চাৰিটা ক্ৰমে, ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটী। আটাইকেইটা সমষ্টিৰ ভিতৰত ধুবুৰীত ভোটদান সৰ্বাধিক হয়। হাৰ ৮৬.৯৪ শতাংশ। লোকসভা সমষ্টিটোৰ অন্তৰ্গত দক্ষিণ শালমৰা বিধান সভা সমষ্টিটোত সৰ্বাধিক ৯১ শতাংশ ভোট পৰে, সৰ্বাধিক কম ৮০ শতাংশ পৰে বিলাসীপাৰা পশ্চিমত।

আটাইতকৈ কম ভোটদান হোৱা কোকৰাঝাৰত ৭৭.৩৮ শতাংশ, বৰপেটাত ৭৮.১১ শতাংশ আৰু গুৱাহাটীত ৮০.২০ শতাংশ ভোটদান হয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দুটা পৰ্য্যায়ত ক্ৰমে ১১ আৰু ১৮ এপ্ৰিলত অসমৰ বাকী ১০টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

প্ৰথম পৰ্য্যায়ৰ ৫টা সমষ্টিৰ ভোটদানৰ হাৰ আছিল ৭৮.২৩ শতাংশ আৰু দ্বিতীয় পৰ্য্যায়ৰ ৫টা সমষ্টিৰ এই হাৰ আছিল ৭৭.৬৭ শতাংশ।

এই হিচাপত তৃতীয় পৰ্য্যায়ত ভোটদানৰ হাৰ প্ৰায় ১০ শতাংশ বেছি।

Recent News

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd