• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

বিশ্বৰ ভিতৰতে বিৰতিহীন দীঘলীয়া বিমান যাত্ৰাৰ পৰীক্ষা সফলতাৰে সম্পন্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 20, 2019 11:16 pm
Qantas
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্ৰেলিয়াৰ বিমান পৰিহবণ কোম্পানি কৌনটাছে বিৰতি নোহোৱাকৈ দীৰ্ঘতম দূৰত্ব যাত্ৰী কঢ়িওৱাৰ এটা সফল পৰীক্ষা সম্পন্ন কৰিছে।

কোম্পানিটোৰ বয়িং ৭৮৭-৯ বিমানখনে ৪৯জন মানুহক লৈ আমেৰিকাৰ নিউ য়ৰ্কৰ পৰা অষ্ট্ৰেলিয়াৰ ছিডনিলৈ ১৬,২০০ কিলোমিটাৰ পথ ১৯ ঘণ্টা আৰু ১৬ মিনিটত সম্পূৰ্ণ কৰে।

Apply Now

এইটো আছিল এতিয়ালৈকে যিকোনো বাণিজ্যিক যাত্ৰীবাহী বিমানে মাজত নোৰোৱাকৈ কৰা দীৰ্ঘতম যাত্ৰা।

কেইবাটাও সময় মণ্ডলৰ ওপৰেৰে কৰা বিমান যাত্ৰাটোৱে পাইলট, বিমানকৰ্মী আৰু যাত্ৰীৰ শৰীৰৰ ওপৰত কি প্ৰভাৱ পেলায়, তাৰ গৱেষণা কৰা হৈছিল।

পৰৱৰ্তী মাহত লণ্ডনৰ পৰা ছিডনিলৈ অবিৰত যাত্ৰা কৰাৰ পৰিকল্পনা কোম্পানিটোৰ। বিৰামহীন দীৰ্ঘ বিমান যাত্ৰাৰ জৰিয়তে খৰচ কমাব পৰা যাব নেকি তাৰো পৰীক্ষা কৰা হ’ব।

বি বি চিৰ বাতৰি এটাত প্ৰকাশ যে  কোম্পানিটোৱে এই পথকেইটাৰে অবিৰত বিমান যাত্ৰা কৰিব নে নকৰিব ২০১৯ চনৰ শেষলৈ তাৰ এটা সিদ্ধান্ত লোৱাৰ আশা কৰিছে।

বাতৰিটো একোৱা হৈছে যে কোনো বাণিজ্যিক বিমানে এতিয়ালৈকে সম্পূৰ্ণ যাত্ৰী আৰু মালবস্তুৰ বোজা লৈ ইমান দীঘলীয়া বিৰতিহীন যাত্ৰা কৰা নাই।

যদি সকলো ঠিক থাকে এই বাণিজ্যিক বিমান সেৱা ২০২২ বা ২০২৩ চনত আৰম্ভ কৰিব পৰা যাব, বাতৰিটোত কোৱা হয়।

মাজত তেল ভৰোৱাৰৰ বাবে যাতে ৰ’ব লগীয়া নহয়, তাৰ বাবে বিমানখনে এই যাত্ৰাটোত সৰ্বোচ্চ ক্ষমতাৰ পৰিমাণৰ তেল ভৰাই লৈছিল। সীমিত টাল-টোপোলাৰ বাদে মালবস্তু নিয়া নাছিল বিমানখনে।

আনহাতে যাত্ৰীসকলে যাতে অস্বস্তিৰ পৰা সকাহ পায় তাৰ বাবে তেওঁলোকৰ ঘড়ীবোৰ ছিডনিৰ সময়ৰ সৈতে মিলাই লৈছিল আৰু পূব অষ্ট্ৰেলিয়াত ৰাতি হোৱাৰ সময়লৈকে তেওঁলোকক সাৰে থাকিবলৈ দিয়া হৈছিল।

তাৰ ছঘণ্টাৰ পিছত তেওঁলোকক প্ৰচুৰ কাৰ্ব’হাইড্ৰেট থকা আহাৰ খুওৱা হৈছিল আৰু তেওঁলোকৰ টোপনি আহিবৰ বাবে পোহৰ ক্ষীণ কৰি দিয়া হৈছিল।

বিমানৰ ভিতৰত কৰা পৰীক্ষাবোৰৰ ভিতৰত আছিল পাইলটনৰ মগজুৰ তৰংগ, মেলেটনিন হৰম’নৰ স্তৰ, সজাগতা নিৰীক্ষণ আৰু লগতে যাত্ৰীৰ বাবে ব্যায়াম আদিৰ ব্যৱস্থা কৰা হৈছিল।

“এইটো সঁচাকৈয়ে এটা তাৎপৰ্য্যপূৰ্ণ বিমান যাত্ৰা। আশা কৰো এইটো এটা নিয়মীয়া সেৱাৰ পূৰ্বদৰ্শন, যিটোৱে মানুহে পৃথিৱীখনৰ এটা ফালৰ পৰা আনটো ফাললৈ যোৱাটোক দ্ৰুত কৰি তুলিব”, কৌনটাছ গ্ৰুপৰ মুখ্য কাৰ্য্যবাহী বিষয়া এলান জইছে কয়।

এতিয়ালৈকে ছিংগাপুৰ এয়াৰলাইনছে ছিংগাপুৰৰ পৰা নিউয়ৰ্কলৈ চলোৱা বিমানসেৱাই আটাইতকৈ দীৰ্ঘতম বিমানযাত্ৰা। এই বিমানে ১৫৩৪৪ কিলোমিটাৰ পথ ১৮ ঘণ্টা আৰু ২৫ মিনিটত সম্পূৰণ কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd