• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

PAN কাৰ্ড হেৰাইছে? মাত্ৰ ৫০ টকাত ঘৰৰ দুৱাৰ মুখত এনেদৰে লাভ কৰক PAN কাৰ্ডৰ নতুন কপি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 12, 2019 6:09 pm
PAN Card

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰয়োজনীয় পৰিচয় পত্ৰ সমূহৰ কথা আহিলে পাৰমানেণ্ট একাউণ্ট নম্বৰ চমুকৈ PAN কাৰ্ডৰ কথা প্ৰথমে মনলৈ আহে।

ৱালেটত লৈ ফুৰাবলগীয়া সামগ্ৰী সমূহৰ ভিতৰত PAN কাৰ্ডো অন্যতম সেয়েহে ইয়াক হেৰুৱাৰ সম্ভাৱনা অধিক।

Apply Now

এইক্ষেত্ৰত PAN কাৰ্ডৰ গৰাকীজনে শীঘ্ৰে এখন নতুন কাৰ্ড বিচাৰে আৰু অনলাইনত ৰিপ্ৰিণ্ট অৰ্ডাৰ দি অতি সহজে ইয়াক লাভ কৰিব পৰা যায়।

UTIITSL আৰু NSDL-TIN নামৰ দুটা এজেঞ্চিয়ে PAN কাৰ্ড ইচ্ছু কৰে। প্ৰতিগৰাকী নাগৰিকে এই দুটা এজেঞ্চিৰ ওচৰলৈ গৈ নিজৰ আই ডিৰ নতুন প্ৰিণ্ট উলিয়াব পাৰে।

কেনেদৰে আপোনাৰ PAN কাৰ্ডখন ৰি প্ৰিণ্ট কৰিব:

প্ৰথমে NSDL আৰু UTITSLৰ ৱেবচাইটলৈ গৈ আৰু ‘ৰিপ্ৰিণ্ট PAN কাৰ্ড’ অপশ্যনলৈ যাৱক।

যদিহে আপুনি আপুনি আপোনাৰ আগৰ PAN কাৰ্ডৰ কপি নিজৰ ঘৰৰ দুৱাৰ মুখত বিচাৰে তেনেহ’লে সেই অপশ্যনটোলৈ আহিব লাগিব আৰু এইক্ষেত্ৰত অন্তৰ্ভুক্ত কৰিবলগীয়া তথ্যসমূহো পুৰণি কাৰ্ডখনৰ সৈতে একে হ’ব লাগিব।

কিমান টকা ভৰিব লাগিব:

প্ৰতিগৰাকী ভাৰতত বাস কৰা নাগৰিকৰ বাবে এজেঞ্চি দুয়াই PAN কাৰ্ড ডেলিভাৰী দিয়াৰ বাবদ ৫০ টকাকৈ আদায় লয়।

আনহাতে, ভাৰতৰ বাহিৰত বাস কৰা সকলৰ বাবে আদায় দিবলগীয়া মূল্যৰ পৰিমান হ’ল ৯৫৯ টকা।

ভাৰতীয় আইকৰ বিভাগৰ হাতত থকা তথ্যত উল্লেখ থকা ব্যক্তিগৰাকীৰ পৰিচয়তহে PAN কাৰ্ডখন পঠোৱা হ’ব।

কি কি নথি-পত্ৰ লাগিব:

PAN কাৰ্ডৰ কপিৰ বাবে আবেদন কৰাৰ সময়ত আবেদনকাৰীয়ে আগৰ PAN নম্বৰ আৰু জন্ম তাৰিখ প্ৰদান কৰিব লাগিব। এন এছ ডি এলে আধাৰ কাৰ্ডৰ নম্বৰো এইক্ষেত্ৰত বিচাৰে।

e-PAN কাৰ্ড:

কেন্দ্ৰীয় বাজেট-২০১৯ অনুসৰি প্ৰত্যক্ষ কৰ কেন্দ্ৰীয় বোৰ্ডে অতি শীঘ্ৰে সমগ্ৰ দেশত e-PAN কাৰ্ডৰ আবেদন মুকলি কৰিব।

UTITSL আৰু NSDL-TIN য়ে সমগ্ৰ দেশত PAN কাৰ্ড থকা সকলক e-PAN কাৰ্ড যোগান ধৰিব।

আয়কৰ বিভাগে ইচ্ছ্যু কৰিবলগীয়া PAN কাৰ্ডৰ পি ডি এফক প্ৰকৃত PAN কাৰ্ডৰ সৈতে একে হিচাপত গণ্য কৰা হ’ব বুলি জানিব পৰা গৈছে। এইক্ষেত্ৰত আধাৰ কাৰ্ডৰ পি ডি এফ ফৰ্মেটক একেধৰণে গণ্য কৰা হ’ব।

নিৰ্দিষ্ট এজেঞ্চি দুটাৰ পোৰ্টেললৈ গৈ PAN নম্বৰ আৰু জন্মৰ তাৰিখ অন্তৰ্ভুক্তি কৰি অতি সহজে বিনামূলীয়াকৈ e-PAN কাৰ্ড ডাউনলোড কৰিব পৰা যাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd