• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফুলি থকা পদুমৰ পাহিবোৰ দেখি আপোনাৰো মন পুলকিত হৈ উঠিব; ৰাজ্যৰ ক’ত আছে এইটো পদুম পুখুৰী?

নীলমনি শর্মা by নীলমনি শর্মা
July 17, 2021 6:47 am
lotus blooming final

ফটো: নৰ্থইষ্ট নাও।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিলত তিৰবিৰাইছে পদুমৰ পাহিয়ে! বৰষুণ এৰাৰ পিচত সূৰ্যৰ হেঙুলীয়া কিৰণত খিলখিলাই হাঁহিছে বতাহত হালিজালি খেলি থকা ফুলৰ ৰাণী পদুমৰ পাহিবোৰে।

পুদুম ফুলেৰে ভৰি থকা এই পুখুৰীটোৰ ওচৰলৈ গ’লে প্ৰতিগৰাকী লোকে যেন আপোনা-আপনি গুণগুণাব গীতিকাৰ কমলানন্দ ভট্টাচাৰ্য দেৱে ৰচনা কৰা সেই জনপ্ৰিয় গীতটি-

Apply Now

“বিলত তিৰেবিৰাই পদুমৰ পাহি অই, পাতত তিৰেবিৰাই পানী, ৰ’দত তিৰেবিৰাই জিঞাৰে পাখি অই, ফুলনীত ফুলৰে ৰাণী”৷

গোৱালপাৰাৰ মৰনৈত প্ৰকৃতিৰ সমাহাৰ ৷ অসমৰ দ্বিতীয় সৰ্ববৃহৎ পুখুৰীত ফুলি উঠা শ শ পদুম ফুলে প্ৰকৃতি প্ৰেমিক দিছে অনাবিল আনন্দ ৷

পুখুৰীটোত এতিয়া মাথোঁ সৌন্দৰ্য্যৰ সমাহাৰ ৷ পদুম ফুলেৰে ভৰপূৰ এই পুখুৰীটোৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ পুৱা আবেলি ভিৰ কৰিছে বহু প্ৰকৃতি প্ৰেমীয়ে ৷

প্ৰবাদ আছে কুমাৰ ভাস্কৰ বৰ্মাৰ দিনতে ঐতিহাসিক শ্ৰী শ্ৰী সূৰ্য পাহাৰৰ পূৱ দিশত খন্দা হৈছিল আজিৰ এই পদুম পুখুৰীটো ৷

কুমাৰ ভাস্কৰ বৰ্মাৰ দিনৰে পৰা পুখুৰীটো সজীৱ হৈ আছে পদুম ফুলেৰে৷ এতিয়া যান্ত্ৰিকতাৰ মাজতে পুখুৰীৰ নান্দনিক দৃশ্য চাই পুলকিত হৈছে প্ৰতিজন ব্যক্তি ৷

অঞ্চলটোৰ গৌৰৱ পুদুম পুখুৰীটো বহু সম্ভাৱনা থকাৰ পিছতো যেন আজি অৱহেলিত, অনাদৃত ৷

মৰনৈৰ উদ্যোগিক বিকাশ কেন্দ্ৰৰ ভিতৰুৱা এই ঐতিহাসিক পদুম পুখুৰী ৷

বন্যহস্তীৰ ক’ৰিডৰ এই অঞ্চলত উদ্যোগ স্থাপনৰ সলনি ঐতিহাসিক এই পুখুৰীটো সংৰক্ষণ কৰি পৰ্যটন কেন্দ্ৰ গঢ়ি তোলাৰ বাবে ৰাইজে দাবী কৰি আহিছে যদিও চৰকাৰ-প্ৰশাসনে আজিলৈকে কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷

শিৱসাগৰৰ জয়সাগৰৰ পিচতে ইতিহাস প্ৰসিদ্ধ অসমৰ দ্বিতীয় সৰ্ববৃহৎ এই পুখুৰীক মৰনৈবাসীয়ে সংৰক্ষণৰ দাবী কৰিছে ৷

নীলমনি শর্মা

নীলমনি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

September 29, 2026 5:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd