• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাছপ’ৰ্টত পদুমৰ চিহ্ন; সদনত উত্থাপিত প্ৰশ্নৰ উত্তৰ দিলে বৈদেশিক মন্ত্ৰালয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2019 9:31 am
passport_918d3f50

ভাৰতীয় পাছপ'ৰ্ট। ফাইল ফটো

1.5k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় পাছপ’ৰ্টত পদুম ফুলৰ চিহ্নক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। বিষয়টোক লৈ বৈদেশিক মন্ত্ৰালয়ে স্পষ্টীকৰণ দি কয় যে সুৰক্ষা মান শক্তিশালী কৰাৰ বাবেই পদুমৰ চিহ্ন লগোৱা হৈছে।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে বিষয়টোৰ সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে ভুৱা পাছপ’ৰ্ট চিনাক্ত কৰাৰ বাবে আৰু পাৰ্ছপ’ৰ্টৰ সুৰক্ষা দিশসমূহ শক্তিশালী কৰিবলৈ পদুমৰ চিহ্ন লগোৱা হৈছে।

তেওঁ লগতে কয় যে পদুম হৈছে আমাৰ ৰাষ্ট্ৰীয় ফুল।

passport-kamal_121219103314
পাছপ’ৰ্টত পদুমৰ চিহ্ন। ফটো: আজটকৰ সৌজন্যত

ৰবী কুমাৰে কয়,’’পদুমৰ উপৰিও আন কেইবাটাও চিহ্ন আছে। সময়ে সময়ে আন ৰাষ্ট্ৰীয় চিহ্নকো ব্যৱহাৰ কৰা হ’ব। ইয়াত সেইসমূহ চিহ্নকে ব্যৱহাৰ কৰা হ’ব যিবোৰ ভাৰতৰ সৈতে সম্পৰ্কিত।‘’

ইপিনে, লোকসভাত বৃহস্পতিবাৰে কংগ্ৰেছ সাংসদে এই বিষয়টো উত্থাপন কৰিছিল। কেৰালাৰ কোঝিকোডত পদুমৰ চিহ্ন থকা পাছপ’ৰ্ট বিতৰণ কৰাৰ বিষয়টো উত্থাপিত হৈছিল।

কংগ্ৰেছ সাংসদৰ অভিযোগ যে এয়া চৰকাৰী সংস্থাক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস কিয়নো পদুম বিজেপিৰ নিৰ্বাচনী প্ৰতীক।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd