• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ উপহাৰৰ ই-নিলামত নীৰজৰ জেভলিনক অতিক্রমি লাভলিনাৰ গ্ল’ভছৰ দাম উঠিল ১.৯কোটি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2021 12:18 pm
Lovlina Borgohain e-auction
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Lovlina Borgohain:  ই-নিলামৰ মঞ্চত টকিঅ’ অলিম্পিকত স্বৰ্ণজয়ী নীৰজ চোপ্ৰাক অতিক্রমি আগবাঢ়ি ৰৈছে অসমৰ বক্সাৰ লাভলিনা বৰগোঁহাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিবোৰ স্মাৰক উপহাৰ হিচাপে পাইছিল তাৰ ই-নিলামত তুলিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে।

Apply Now

এই নিলমাত অলিম্পিকত ব্ৰঞ্জ বিজয়ী লাভলিনা বৰগোঁহাইৰ গ্ল’ভছে স্বৰ্ণজয়ী নীৰজ চোপ্ৰাৰ জেভলিনকো অতিক্ৰম কৰিছে।

শুকুৰবাৰলৈকে লাভলিনাৰ গ্ল’ভছৰ দাম উঠিছে ১.৯কোটি টকা। ইয়াৰ বিপৰীতে নীৰজৰ জেভলিনৰ দাম উঠিছে ১.৫কোটি টকা।

আনহাতে, লাভলিনাৰ গ্ল’ভছৰ বেছ প্ৰাইচ নীৰজৰ জেভলিনৰ তুলনাত বহুখিন কম আছিল। লাভলিনাৰ গ্ল’ভছৰ বেছ প্ৰাইচ ৮০লাখ টকাৰ বিপৰীতে নীৰজৰ জেভলিনৰ আছিল ১ কোটি টকা। লাভলিনাৰ গ্ল’ভছৰ দাম ইয়াৰ বেছ প্ৰাইচৰ তুলনাত ইতিমধ্যে দুগুণ হৈছেই।

Latest News:অক্টোবৰৰ ১ তাৰিখৰ পৰা ৰাজ্যত আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ বিশেষ পৰীক্ষা

ইপিনে, পেৰা অলিম্পিকত স্বৰ্ণজয়ী সুমিত অন্টিলৰ জেভলিনৰ বেছ প্ৰাইচো ১ কোটি টকা ৰখা হৈছিল। এতিয়া ইয়াৰ দাম উঠিছে ১কোটি ৭হাজাৰ টকা। মুঠতে সকলো পিনৰ পৰা আগবাঢ়ি আছে লাভলিনা।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এই ই-নিলাম বুধবাৰৰ পৰা আৰম্ভ হৈছে আৰু নিলামত প্ৰায় ১,৩০০টা সামগ্ৰী ৰখা হৈছিল।

Lovlina

নীৰজ, লাভলনিৰ সামগ্ৰীৰ উপৰি পেৰা অলিম্পিয়ান অৱনী লেখাৰাৰ পদক বিজয়ৰ সময়ত পৰিধান কৰা টি-ছাৰ্টটোও ৰখা হৈছিল। ইয়াৰ বেছ প্ৰাইচ ৰখা হৈছিল ২৫লাখ টকা।

টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতৰ সকলো খেলুৱৈয়ে স্বাক্ষৰ কৰা এটি ষ্ট’লো নিলামত ৰখা হৈছে। ইয়াৰ বেছ প্ৰাইচ ধাৰ্য কৰা হৈছে ৯০লাখ টকা। সেইদৰে যিখন ৰেকেটেৰে খেলি বেডমিন্টনত পিভি সিন্ধুৱে ব্ৰঞ্জৰ পদক লাভ কৰিছিল সেইখন সিন্ধুৰ স্বাক্ষৰৰ সৈতে নিলামত ৰখা হৈছে। তদুপৰি, ভাৰতীয় পুৰুষ আৰু মহিলা দলৰ খেলুৱৈসকলৰ হকী ষ্টিকো নিলামত ৰখা হৈছে।

Tags: GlovesLovlina Borgohain
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd