DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰ্বসাধাৰণৰ মূৰত মাধমাৰ চৰকাৰৰ; পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ দাম

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2021 3:09 pm
568346-gas.gif-750x375
301
VIEWS
Share on FacebookShare on Twitter

সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ শোধাই পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ দাম। আজি জুলাই মাহৰ প্ৰথম দিনটোতে ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ লগতে বাণিজ্যিক চিলিণ্ডাৰৰো দাম বৃদ্ধি পাইছে।

চৰকাৰী তেল কোম্পানীবোৰে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ২৫টকা বৃদ্ধি কৰাৰ বিপৰীতে বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৭৬ টকা বৃদ্ধি কৰিছে।

গুৱাহাটীত ঘৰুৱা চিলিণ্ডাৰৰ দাম ৮৫৮ টকা আছিল।

ৰাষ্ট্ৰীয়কৃত তেল সংস্থাসমূহে প্ৰতি মাহৰ ১ তাৰিখে ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ দাম সংশোধন কৰে।

ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছিল যদিও এপ্ৰিল মাহত অপৰিৱৰ্তিত আছিল চিলিণ্ডাৰৰ দাম।

এপ্ৰিলত চিলিণ্ডাৰৰ দাম ১০টকা হ্ৰাস কৰা হৈছিল যদিও জুলাইত পুনৰ বৃদ্ধি কৰা হ’ল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।

চলিত বছৰৰ জানুৱাৰী মাহত দিল্লীত ১৪.২ কেজিৰ ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম আছিল ৬৯৪টকা। ১ফেব্ৰুৱাৰীত ৭১৯টকালৈ বৃদ্ধি পাইছিল।

ইয়াৰ পাছতে ১৫ ফেব্ৰুৱাৰীত ৭৬৯টকালৈ বৃদ্ধি পায় ১৪.২ কেজিৰ ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম। তাৰ দহদিন পাছতে চিলিণ্ডাৰৰ দাম বৃদ্ধি পাই ২৫ ফেব্ৰুৱাৰীতে দাম হয়গৈ ৭৯৪টকা।

সেইদৰে মাৰ্চত দিল্লীত ৮১৯টকালৈ বৃদ্ধি পায় ঘৰুৱা চিলিণ্ডাৰৰ দাম। বৰ্তমান দিল্লীত ১৪.২ কেজিৰ ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি পাই হ’লগৈ ৮৩৪.৫০টকা।

Recent News

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd