• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টিকট বঞ্চিত ৱাজেদ আলী চৌধুৰী : আজমলক পৰাস্ত কৰিবৰ বাবে প্ৰাৰ্থিত্ব বিচাৰিছিলো

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 30, 2019 9:08 pm
ৱাজেদ আলি চৌধুৰী

ৱাজেদ আলি চৌধুৰী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা টিকট বিচাৰি বিফল হোৱা দক্ষিণ শালমৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে আজি নৰ্থ-ইষ্ট নাওৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এ আই য়ু ডি এফৰ প্ৰধান বদৰুদ্দিন আজমলক পৰাস্ত কৰাৰ উদ্দেশ্যেৰে নিৰ্বাচনী ৰণত নামিব খোজা বুলি উল্লেখ কৰি তেওঁ কয় ‘এ আই য়ু ডি এফ দলটোক শেষ কৰিব লাগে। এই দলটোক শেষ কৰাৰ বাবে সুযোগ দিয়া হওক বুলি হাইকামাণ্ডক কৈছিলো।‘

উল্লেখযোগ্য যে, ৱাজেদ আলী চৌধুৰীয়ে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত দক্ষিণ শালমৰা সমষ্টিত বদৰুদ্দিন আজমলক  পৰাস্ত কৰিছিল। বিধায়ক গৰাকীয়ে কয়, ‘মই হাই কামাণ্ডক অনুৰোধ জনাইছিলো মোক এটা সুযোগ দিয়ক। বিধানসভাত আজমলক পৰাজিত কৰিছিলো। সেয়েহে লোকসভাতো পৰাজিত কৰাৰ সুযোগ এটা দিবৰ বাবে কৈছিলো।‘

Apply Now

যোৱা ২১ দিন ধৰি টিকটৰ বাবে হাই কামাণ্ডক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো বঞ্চিত হ’বলগীয়া হোৱাৰ কথা সদৰী কৰি তেওঁ আৰু কয়, ‘মই ৰাজনীতিত ১০ বাৰ মান টিকট পাইছো। প্ৰথমবাৰৰ বাবে মই টিকটৰ পৰা বঞ্চিত হৈছো।‘

অৱশ্যে টিকটৰ পৰা বঞ্চিত হ’লেও ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক আপ্ৰাণ চেষ্টাৰে জয়ী কৰাব বুলি দাবী কৰে কংগ্ৰেছৰ বিধায়কজনে।

আনহাতে ‘এ আই য়ু ডি এফ দলৰ পৰা সাম্প্ৰদায়িকতাৰ সৃষ্টি হৈছে’ বুলি মন্তব্য কৰি তেওঁ কয় ‘এওঁলোকৰ বাবেই বিজেপিৰ উত্থান হৈছে’। ‘ধুবুৰী সমষ্টিটো আজমলৰ হাতলৈ যাবলৈ নিদিওঁ। আমি যুদ্ধ কৰিম। যিজনক প্ৰাৰ্থীত্ব দিছে তেওঁক লৈ যুদ্ধত নামিম।‘

উল্লেখযোগ্য যে, কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব নোপোৱাক লৈ জ্যেষ্ঠ কংগ্ৰেছী বলিন বৰদলৈ আৰু কংগ্ৰেছৰ উপ-সভাপতি দ্বীজেন শৰ্মাই নেতৃত্বৰ ওপৰত বিষোদগাৰ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd