• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্রদান বৰুৱাৰ হৈ লখিমপুৰ আৰু নাওবৈচাত মন্ত্ৰী হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ

NE NOW NEWS ফাৰহানা আহমেদ
লখিমপুৰ , April 1, 2019 6:32 pm

1 min read

himanta biswa

ফাইল ফটো

229
VIEWS
Share on FacebookShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে আজি উত্তৰ লখিমপুৰ আৰু নাওবৈচাত দুখনকৈ নিৰ্বাচনী সভাত ভাগ লয় ৰাজ্যৰ বিত্ত মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত মন্ত্ৰী বিশ্ব শৰ্মাই।

নাওবৈচাত অনুষ্ঠিত প্ৰথমখন নিৰ্বাচনী সভাত উপস্থিত জনসমাৱেশক উদ্দেশ্যি মন্ত্ৰী গৰাকীয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰক পুনৰবাৰ শাসনৰ গাদীত বহুৱাবলৈ আহ্বান জনায়।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰে দেশৰ জনসাধাৰণৰ আশা-আকাংক্ষাক বাস্তৱত পৰিণত কৰাত বিফল হোৱা বুলি উল্লেখ কৰি তেওঁ বৰ্তমানৰ বিজেপি চৰকাৰে হাতত লোৱা একাধিক ‘জনকল্যাণমূলক আঁচনি’ সম্পৰ্কে বাখ্যা আগবঢ়ায়। ভাষণ প্ৰসংগত তেওঁ নাওবৈচাৰ আদি এলেঙী সত্ৰত চলি থকা বেদখলৰ প্ৰসংগ উত্থাপন কৰে।

ইয়াৰ পিছতেই উত্তৰ লখিমপুৰত অনুষ্ঠিত এখন বিশাল জনসমাৱেশক উদ্দেশ্যি মন্ত্ৰী শৰ্মাই সমষ্টিটোৰ বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱাৰ দুবছৰীয়া কাৰ্যকালত সমষ্টিটোৰ যথেষ্ট উন্নয়ন হৈছে বুলি উল্লেখ কৰি পুনৰ তেওঁক জয়ী কৰিবলৈ আহ্বান জনায়। উক্ত নিৰ্বাচনী সভাতে মন্ত্ৰী গৰাকীয়ে উত্তৰ-লখিমপুৰৰ ৰঙানদী নৈৰ ওপৰত আৰু এখন দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে।

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd