DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ছিকিমৰ মুখ্য মন্ত্ৰীক সাক্ষাৎ ইষ্টাৰ্ন কামাণ্ডৰ ভাৰপ্ৰাপ্ত ডিঅ’চিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 31, 2019 10:24 am
chamling-goc-750x375
1.1k
VIEWS
Share on FacebookShare on Twitter

যোৱা কালি ৩০ জানুৱাৰি বুধবাৰে ইষ্টাৰ্ন কামাণ্ডৰ  ভাৰপ্ৰাপ্ত জেনেৰেল অফিচাৰ কামাণ্ডিং লেফটেনেনেণ্ট জেনেৰেল মনোজ মুকুণ্ড নাৰাৱানে ছিকিমৰ মুখ্য মন্ত্ৰী পৱন চামলিঙক মুখ্য মন্ত্ৰীগৰাকীৰ বাসভৱনত সাক্ষাৎ কৰে।

এটা, সংবাদ টোকাত প্ৰকাশ পোৱা অনুসৰি যোৱা বছৰ ১ অক্টোবৰত ইষ্টাৰ্ন কামাণ্ডৰ ডিঅ’চিৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত এয়া প্ৰথমবাৰৰ বাবে সেনা বিষয়াগৰাকীৰ সৈতে মুখ্য মন্ত্ৰীগৰাকীৰ এটা প্ৰথম বৈঠক।

সৌজন্যতা বিনিময়ৰ পাছত মুখ্য মন্ত্ৰীগৰাকীয়ে ছিকিম ভ্ৰমণ কৰাৰ বাবে সেনাৰ ইষ্টাৰ্ন কামাণ্ডৰ মুৰব্বীগৰাকীক ধন্যবাদ জনায়। মুখ্য মন্ত্ৰী চামলিঙে কয় যে ৰাজ্য চৰকাৰ আৰু সেনাৰ মাজত যথেষ্ট সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে আৰু কোনো ধৰণৰ সামৰিক-অসামৰিক মনোমালিন্য নাই।

প্ৰাকৃতি দুৰ্যোগ আৰু বিভিন্ন সমস্যাৰ সময়ত পৰ্যটক আৰু জনসাধাৰণলৈ সহায় আগবঢ়োৱাৰ বাবে মুখ্য মন্ত্ৰীগৰাকীয়ে সেনালৈ ধন্যবাদ জনায়।

আনহাতে সকলো সময়তে সেনালৈ সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ইষ্টাৰ্ন কামাণ্ডৰ জেনেৰেল অফিচাৰ কামাণ্ডিংগৰাকীয়েও মুখ্য মন্ত্ৰীগৰাকীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পৰিৱেশ নীতিৰ ভূয়সী প্ৰশংসা কৰে আৰু অনাময় ব্যৱস্থাৰ ওপৰত জোৰ দিয়ে।

পৰ্যটক আৰু দৰ্শনাৰ্থীৰ বাবে বিনামূলীয়া যাতায়াতৰ সুবিধা প্ৰদান কৰাৰ বাবে সাম্ভাব্য পৰিসীমালৈকে সকলো ধৰণৰ সেনা বিষয়াগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে।

সৰ্বশেষত জিঅ’চি নাৰাৱানে মুখ্য মন্ত্ৰীগৰাকীক কলিকতাস্থ ইষ্টাৰ্ন কামাণ্ডৰ প্ৰধান কাৰ্যালয় ভ্ৰমণ কৰাৰ বাবে আমন্ত্ৰণ জনায়।মুখ্য মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ সময়ত জিঅ’চিগৰাকীক ইষ্টাৰ্ন কামাণ্ডৰ শীৰ্ষস্থানীয় বিষয়াসকলে সংগদান কৰিছিল।

জিঅ’চিগৰাকীৰ সৈতে ত্ৰিশক্তি কৰ্পছৰ কামাণ্ডাৰগৰাকীয়ে ফৰৱাৰ্ড এলেকাসমূহ ভ্ৰমণ কৰে। তাত তেওঁ সেনাসকলৰ সৈতে বাৰ্তালাপত অংশগ্ৰহণ কৰে আৰু তাত তেওঁক সীমাৰ নিৰাপত্তা পৰিস্থিতি সম্পৰ্কত এটা চমু আভাষ দিয়া হয়।

ইষ্টাৰ্ন কামাণ্ডৰ মুখ্য সেনা বিষয়াগৰাকীয়ে  তেওঁলোকৰ পেচাদাৰিত্ব, নিষ্ঠা আৰু এই দুৰ্গম আৰু কষ্টদায়ক বাতাৱৰণৰ এই এলেকাটোত ২৪ ঘণ্টাই সতৰ্ক পহৰা ৰখাৰ  বাবে সেনাসকলক প্ৰশংসা কৰে।

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd