• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সলনি হ’ব লক্ষ্ণৌৰ নাম! কি নাম হ’ব পাৰে লক্ষ্ণৌৰ ?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 17, 2022 6:18 pm
222
VIEWS
Share on FacebookShare on Twitter

শাসনৰ বাঘজৰী হাতত লোৱাৰ পিছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্য খনৰ কেইবাটাও ঐতিহাসিক স্থানৰ নাম সলনি কৰিছে। শেহতীয়া মুখ্যমন্ত্ৰী আদিত্যনাথৰ এক টুইটৰ পৰা ৰাজ্য খনৰ ৰাজধানী চহৰ লক্ষ্ণৌৰ নাম সলনি কৰাৰ ইংগিত পোৱা গৈছে। ধাৰণা কৰা অনুসৰি লক্ষ্ণৌৰ নাম সলাই লক্ষ্মণপুৰী কৰিব পাৰে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এটা টুইটে এই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্ণৌলৈ স্বাগতম জনোৱা টুইটটোত যোগীয়ে লিখিছিল: “ভগৱান লক্ষ্মণৰ নগৰী লক্ষ্ণৌলৈ আপোনাৰ স্বাগতম ” । আদিত্যনাথে লক্ষ্ণৌৰ সৈতে লক্ষ্মণৰ নাম সাঙুৰি লোৱাৰ কথাৰ পৰাই বহুত লক্ষ্ণৌৰ নাম লক্ষ্মণপুৰী কৰা হ’ব বুলি ধাৰণা কৰিছে।

বিষয়টোকলৈ এতিয়া সামাজিক মাধ্যমত বিতৰ্কৰো সৃষ্টি হৈছে। উল্লেখ্য লক্ষ্মণৰ নামত উৎসৰ্গিত এটা বিশাল মন্দিৰ ইতিমধ্যে লক্ষ্ণৌত নিৰ্মাণ কৰা হৈছে। বিজেপি নেতাসকলে লক্ষ্ণৌৰ নাম লখনপুৰী বা লক্ষ্মণপুৰীলৈ সলনি কৰিব লাগে বুলি বহু দিনৰে পৰা দাবী উত্থাপন কৰি আহিছে। লক্ষ্ণৌত ইতিমধ্যে লক্ষ্মণৰ নামেৰে কেইবাটাও স্থান আছে । ইয়াৰ ভিতৰত অন্যতম হৈছে লক্ষ্মণ তিলা, লক্ষ্মণপুৰী আৰু লক্ষ্মণ পাৰ্ক। যোগী আদিত্যনাথ চৰকাৰে ইয়াৰ পূৰ্বে এলাহাবাদৰ নাম সলনি প্ৰয়াগৰাজ কৰিছিল।

একেদৰে চুলতানপুৰৰ নাম কুশভৱনপুৰ, আলিগড়ৰ নাম হৰিগড়, মৈনপুৰীৰ পৰা ময়নপুৰী, সম্ভলৰ পৰা পৃথ্বীৰাজ নগৰ বা কল্কি নগৰ, ফিৰোজাবাদৰ নাম চন্দ্ৰনগৰ কৰিছিল।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd