• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লামডিং সংৰক্ষিত বনাঞ্চলত চিকাৰ কৰিবলৈ আহি বন বিভাগৰ জালত ত্ৰিপুৰাৰ চোৰাংচিকাৰী

এন ই নাও নিউজ এন ই নাও নিউজ
লামডিং , May 26, 2019 10:51 am

1 min read

লামডিং সংৰক্ষিত বনাঞ্চলত চিকাৰ কৰিবলৈ আহি বন বিভাগৰ জালত ত্ৰিপুৰাৰ চোৰাংচিকাৰী
1.1k
VIEWS
Share on FacebookShare on Twitter

লামডিং সংৰক্ষিত বনাঞ্চলত কালি অৰ্থাৎ ২৫ মে’ত লামডিং বন বিভাগে এটা চোৰাংচিকাৰীক দুটা বন্দুকসহ আটক কৰিবলৈ সক্ষম হয়। আটকাধীন চোৰাংচিকাৰীটোক ত্ৰিপুৰাৰ বিজয় চাকমা বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণি মতে শনিবাৰে লামডিং বন বিভাগৰ এটা তহলদাৰী দলে বনাঞ্চলৰ ভিতৰত তহল দি থকা অৱস্থাতে বনাঞ্চলখনত চিকাৰ কৰিবলৈ অহা বিজয়ক আটক কৰিবলৈ সক্ষম হয়। লগতে বিজয়ৰ পৰা দুটাকৈ হস্ত নিৰ্মিত বন্দুকো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ধৃত চোৰাংচিকাৰী বিজয়ে দীৰ্ঘদিন ধৰি ত্ৰিপুৰাৰ পৰা আহি লামডিং বনাঞ্চলৰ ভিতৰত অৱস্থিত চাকমা বস্তিত বাহৰ পাতি আছিল। বিজয়ে বন বিভাগৰ কৰ্মীৰ আগত একাংশ চোৰাংচিকাৰীয়ে দীৰ্ঘদিন ধৰি লামডিং বনাঞ্চলত বাহৰ পাতি চিকাৰ কৰি আহিছে বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে।

বৰ্তমান লামডিং বন বিভাগৰ বন কৰ্মীয়ে ধৃত চোৰাংচিকাৰী বিজয়ে দিয়া স্বীকাৰোক্তিৰ পিছত চোৰাংচিকাৰীৰ দলটোৰ আন আন সদ্যসৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd