• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা ৰংবং তেৰাঙক লুম্মেৰ দাই সাহিত্য বঁটা

এন ই নাও নিউজ এন ই নাও নিউজ
তেজপুৰ , June 2, 2019 11:52 am

1 min read

‘ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা ৰংবং তেৰাঙক লুম্মেৰ দাই সাহিত্য বঁটা
1.1k
VIEWS
Share on FacebookShare on Twitter

তেজপুৰত অসম সাহিত্য সভাৰ সাহিত্যসূৰ্য লুম্মেৰ দাই সাহিত্য বঁটা কালি অৰ্থাৎ ১ জুনত ‘ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙক প্ৰদান কৰা হয়।

‘অমস সাহিত্য সভাই প্ৰদান কৰা লুম্মেৰ দাই সাহিত্য বঁটা গ্ৰহণ কৰিবলৈ পাই মই আজি গৌৰৱবোধ কৰিছো।‘ বঁটা গ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙে। অসম আৰু অৰুণাচলৰ মাজত সমন্বয়ৰ সাঁকো সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বৰেণ্য সাহিত্যিক নুম্মেই দাইৰ ৮০ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাই প্ৰদান কৰা বঁটাত আছিল গামোচা, চেলেং, গ্ৰন্থৰ টোপোলা, স্মাৰক, শৰাই, প্ৰশস্তি পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা।

শোণিতপুৰ জিলা সাহিত্য সভাৰ সৌজন্যত আৰু তেজপুৰ সাহিত্য সভাৰ সহযোগত তেজপুৰৰ লুম্মেৰ দাই ভৱনত আয়োজিত অনুষ্ঠানটি উদ্বোধন কৰে স্থানীয় বিধায়ক বৃন্দাবন গোস্বামীয়ে।

অনুষ্ঠানটোত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে অসম সাহিত্য সভাই অসমৰ বিভিন্ন ভাষা-ভাষী, জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেতু গুৰত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি অহাৰ কথা সদৰী কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে পুৱা শোণিতপুৰ জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰমেন গোস্বামীয়ে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ পিছতে লুম্মেৰ দাইৰ পুত্ৰ তথা অৰুণাচলৰ পৰা প্ৰকাশ পোৱা ‘ইক’ অব অৰুণাচল’ৰ পৰিচালন সঞ্চালক মিবাং দায়ে পিতৃৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে।

Recent News

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd