DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মাত্ৰ পাঁচ টকাত এসাঁজ সুস্বাদু ভাত

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 18, 2019 6:07 pm
IMG-201118-WA0022

ফটো : নৰ্থ-ইষ্ট নাও

4.1k
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা শিৱসাগৰৰ ৰাজপথত উপলব্ধ হৈছে মাত্ৰ পাঁচ টকাতে এসাঁজ ভাত। শুনিবলৈ আঁচৰিত যেন লাগিলেও এই পদক্ষেপ লৈছে শিৱসাগৰৰ এটা এন জি অ’ই।

সাধাৰণতে এসাঁজ নিৰামিষ ভাতৰ বাবে হোটেল-ৰেষ্টুৰেণ্টত ভৰিব লগীয়া হয় ৪০ৰ পৰা ৫০ টকা। সেয়ে সাধাৰণ লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যে ‘ৰংপুৰ ইনিটিয়েটিভ’ নামৰ এন জি অ’টোৱে পাঁচ টকাতে আগবঢ়াইছে এসাঁজ ভাত।

এই অনন্য তথা ব্যতিক্ৰমী প্ৰয়াসৰ আঁৰৰ যুৱক কেইজন হৈছে ক্ৰমে দীপজ্যোতি শৰ্মা, ৰমজান হুছেইন, কৰিম আলি, আফটাৰ হুছেইন আৰু আহমেদ হুছেইন।

জানিব পৰা অনুসৰি যুৱক কেইজনে সম্পূৰ্ণ নিজৰ মূলধনেৰে এই প্ৰচেষ্টা লৈছে।

শিৱসাগৰৰ কেইটামান নিৰ্দিষ্ট স্থানত উপলব্ধ হ’ব যদিও আজি প্ৰথম দিনা তেওঁলোকে বাবুপট্টি এল আই চি বিল্ডিঙৰ সন্মুখত ইয়াৰ যোগান ধৰে। প্ৰথম দিনটোত গ্ৰাহকৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হোৱাৰ লগতে গ্ৰাহক সকলে ভাত সাঁজ তৃপ্তিৰে খোৱা বুলিও কয়।

আনহাতে বিশেষভাৱে সক্ষম লোকসকলক বিনামূলীয়াকৈ ভাত যোগান ধৰিব বুলিও জনায় এন জি অ’টোৰ কৰ্মকৰ্তাই।

যুৱক কেইজনৰ এই মহৎ প্ৰচেষ্টাক সমগ্ৰ শিৱসাগৰবাসীয়ে প্ৰশংসা কৰিছে।

ইফালে কোনো লোকে যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে ৰংপুৰ ইনিটিয়েটিভ নামৰ ফে’চবুক পেজত গৈ যোগাযোগ কৰিব পাৰিব বুলি এন জি অ’ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

Recent News

Independence day

স্বাধীনোত্তৰ ভাৰতৰ পাঁচ ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সিদ্ধান্ত

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

Independence Day

বিজ্ঞান আৰু প্ৰযুক্তিৰ ৭৫ বছৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd