• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অজাপৰ সভাপতি লুৰিণ জ্যোতি গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাৰ সংবাদমেল

মাজুলী সমষ্টি অসম জাতীয় পৰিষদ দলক এৰি দিলে কংগ্রেছে

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 3, 2021 8:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উপ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমৰ ৰাজনৈতিক বতাহ গৰম হৈ থকাৰ সময়তে আজি অজাপৰ সভাপতি লুৰিণ জ্যোতি গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই যুটীয়াভাবে এখন সংবাদমেল অনুষ্ঠিত কৰে।

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় ‘আমি ছয়টা সমষ্টিৰ ক্ষেত্ৰতেই ৰাজ্যিক সমিতিয়ে সিদ্ধান্ত লৈছিলো ।

Apply Now

থাওৰা , মৰিয়নি, গোসাঁই গাওঁ সমষ্টিৰ ajp ৰ বাবে মাজুলী আৰু ভৱানীপুৰ সমষ্টি ৰাইজৰ দললৈ দিছিলো৷ কিন্তু এই মুহুৰ্তলৈকে ৰাইজৰ দলে একো কোৱা নাই’৷

তেওঁ কয় যে —অখিল গগৈয়ে কৈছে মন মিলিছে সমষ্টি মিলা নাই৷

বৰাই সংবাদমেলতে স্পষ্টভাবে কয় যে মাজুলী সমষ্টি অসম জাতীয় পৰিষদ দলক এৰি দিছো৷

ভৱানীপুৰ সমষ্টিৰ বাবে হাইকামাণ্ডলৈ কোনো প্ৰাৰ্থীৰ নাম পঠিওৱা নাই বুলিও বৰাই উল্লেখ কৰে।

বৰাই কয়—’মোৰ আশা দুয়োটা দলৰ দুয়োগৰাকী সভাপতিয়ে এই সিদ্ধান্ত মানি ল’ব ৷ অখিল গগৈয়ে থাওৰা এৰি নিদিয়াৰ কথাটো আমাক কৈছে৷থাওৰাত আমাৰ দলে তিনিবাৰ জয়ী হৈছে৷আজিৰ তাৰিখত থাওৰাত আমাৰ স্থিতি সৱল৷মন মিলিলে বাকী কথা মিলাত সময় নালাগে৷থাওৰা সমষ্টি ৰাইজৰ দলক এৰি নিদিয়াৰ পোষকতা কৰিছে৷ আমাৰ মূল কথা আছিল এটা সমষ্টিত এজন প্ৰাৰ্থীৰ প্ৰসংগ৷ অসম জাতীয় পৰিষদক ছয়টা সমষ্টিৰ এটা সমষ্টি এৰি দিয়াৰ সিদ্ধান্ত লৈছিলো৷
ৰাইজৰ দলকো এটা সমষ্টি এৰি দিয়াৰ সিদ্ধান্ত লৈছিলো’৷

সংবাদমেলত লুৰিণজ্যোতি গগৈয়ে কয় —’আমি উপ নিৰ্বাচনত bjpক প্ৰতিহত কৰাৰ স্বাৰ্থত এটা সমষ্টিত এজন প্ৰাৰ্থীৰ পোষকতা কৰিছিলো৷ চৰকাৰে ইচ্ছা কৰিয়েই এনকাউণ্টাৰ আৰম্ভ কৰিছে৷ এজন দায়িত্বশীল মন্ত্ৰীয়ে কিবা এটা কোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে সেয়া সম্পূৰ্ণ সলনি কৰি দিয়ে৷ প্ৰদেশ কংগ্ৰেছে আমাৰ সিদ্ধান্তক সন্মান জনাইছে৷ এই সিদ্ধান্তক আমি আদৰণি জনাইছো’৷

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd