• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লুৰিণজ্যোতিয়ে ৭০০-১৫০০ ভোট পাব : হিমন্ত

আছুৰ পৰা ‘চান্দাতোলা’ ৰচিদ বহীৰ হিচাপ বিচাৰিলে হিমন্তই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 18, 2020 8:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত বিধানসভাৰ নিৰ্বাচন। ইয়াক লৈ শাসক-বিৰোধীৰ যুঁজখন তীব্ৰতৰ হৈ উঠাৰ সমান্তৰালকৈ আমোদজনক হৈ পৰিছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ বাকযুদ্ধখন।

আজি লুৰিণজ্যোতি গগৈ নিৰ্বাচনত অৱতীৰ্ণ হ’লে কিমান ভোট পাব বুলি সাংবাদিকে সোধা প্ৰশ্নত তেওঁ কয় ‘সৰ্বাধিক ১৫০০ সৰ্বনিম্ন ৭০০ ভোট লাভ কৰিব। তাতকৈ বেছি নাপায়।

ইপিনে, নতুন আঞ্চলিক ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’ৰ শ্লোগান ‘ঘৰে ঘৰে আমি’ৰ সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয় ‘আমি কেতিয়াও মানুহৰ ঘৰত নাযাওঁ। মানুহৰ ঘৰত অতিথি, আৰক্ষী আৰু লুকাই-চুৰকৈ মানুহৰ ঘৰত চোৰো যায়। কাৰোবাৰ ঘৰলৈ গ’লে অনুমতি লৈহে যাব লাগিব। আমি চেষ্টা কৰিছো সেৱাৰ জৰিয়তে মানুহৰ হৃদয়ে হৃদয়ে অন্তৰে অন্তৰে থাকিব পাৰো।‘

‘এতিয়া যিহেতু কোনোবা ৰাজনৈতিক পথাৰত আহিয়ে গ’ল কোন বিশ্বাসঘাতক, কোন বিশ্বাসভাজন সেয়া বাকচৰ ওপৰত এৰি দিয়ক। আপোনালোকে এই প্ৰশ্ন বিলাকৰ উত্তৰ এপ্ৰিল মাহত পাই যাব।‘ নতুন আঞ্চলিক ৰাজনৈতিক দলটোক সমালোচনা কৰি এইদৰে কয় হিমন্তই।

ইপিনে, ৰাজনীতি কৰা মানুহক সমালোচনা কৰাটো সহজ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘ৰাজনৈতিক নেতাৰ বিৰুদ্ধে আন্দোলন কৰাটো সহজ, যেতিয়া ৰাজনীতি কৰিব আহিব তেতিয়া ইয়াৰ প্ৰত্যাহ্বানৰ চৰিত্ৰটো নিজেই অনুভৱ কৰিব।‘

ইপিনে, নতুন ৰাজনৈতিক দলৰ আহ্বায়ক ৰাজু ফুকনে আৰোগ্য নিধিৰ জৰিয়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চান্দা তোলা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হিমন্তই।

তেওঁলোকে কয় ‘আৰোগ্য নিধিৰ চান্দা তোলা, আৰু ৰাজনৈতিক দলৰ চান্দা তোলাৰ মাজত যি পাৰ্থক্যটো বুজি নাপায় তেওঁলোকৰ  লগত বিতৰ্ক কৰি কি পাব?’

‘আৰোগ্য নিধিৰ টকা খৰচ হ’লেহে হিচাপ দিব, ১০০ টকাৰ ১০০ টকাই জমা হৈ আছে। হিচাপ খৰচ কৰিলেহে বিচাৰে। ৰচিদ বহীৰ হিচাপ বিলাক ওলাবনে নাই? কিমান ৰচিদবহী প্ৰিণ্টিং হ’ল, সেইবিলাকৰ হিচাপ আছে নে নাই?’ হিমন্তই প্ৰত্যাহ্বান জনাই কয়।

ভৱিষ্যতবাণী কৰি হিমন্তই কয় ‘যদি ৭০০-১৫০০ ভোট পায় তেন্তে আপোনালোকে নক’ব আকৌ ইভিএমত যাদু চলিল বুলি ।‘

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

August 18, 2025 3:15 pm
শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

August 18, 2025 2:41 pm
ভোটাৰ তালিকা সংশোধন: মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগ আনিব পাৰে বিৰোধীয়ে

ভোটাৰ তালিকা সংশোধন: মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগ আনিব পাৰে বিৰোধীয়ে

August 18, 2025 1:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

August 18, 2025 3:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd