• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লুৰিণজ্যোতিয়ে ৭০০-১৫০০ ভোট পাব : হিমন্ত

আছুৰ পৰা ‘চান্দাতোলা’ ৰচিদ বহীৰ হিচাপ বিচাৰিলে হিমন্তই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 18, 2020 8:20 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত বিধানসভাৰ নিৰ্বাচন। ইয়াক লৈ শাসক-বিৰোধীৰ যুঁজখন তীব্ৰতৰ হৈ উঠাৰ সমান্তৰালকৈ আমোদজনক হৈ পৰিছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ বাকযুদ্ধখন।

আজি লুৰিণজ্যোতি গগৈ নিৰ্বাচনত অৱতীৰ্ণ হ’লে কিমান ভোট পাব বুলি সাংবাদিকে সোধা প্ৰশ্নত তেওঁ কয় ‘সৰ্বাধিক ১৫০০ সৰ্বনিম্ন ৭০০ ভোট লাভ কৰিব। তাতকৈ বেছি নাপায়।

Apply Now

ইপিনে, নতুন আঞ্চলিক ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’ৰ শ্লোগান ‘ঘৰে ঘৰে আমি’ৰ সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয় ‘আমি কেতিয়াও মানুহৰ ঘৰত নাযাওঁ। মানুহৰ ঘৰত অতিথি, আৰক্ষী আৰু লুকাই-চুৰকৈ মানুহৰ ঘৰত চোৰো যায়। কাৰোবাৰ ঘৰলৈ গ’লে অনুমতি লৈহে যাব লাগিব। আমি চেষ্টা কৰিছো সেৱাৰ জৰিয়তে মানুহৰ হৃদয়ে হৃদয়ে অন্তৰে অন্তৰে থাকিব পাৰো।‘

‘এতিয়া যিহেতু কোনোবা ৰাজনৈতিক পথাৰত আহিয়ে গ’ল কোন বিশ্বাসঘাতক, কোন বিশ্বাসভাজন সেয়া বাকচৰ ওপৰত এৰি দিয়ক। আপোনালোকে এই প্ৰশ্ন বিলাকৰ উত্তৰ এপ্ৰিল মাহত পাই যাব।‘ নতুন আঞ্চলিক ৰাজনৈতিক দলটোক সমালোচনা কৰি এইদৰে কয় হিমন্তই।

ইপিনে, ৰাজনীতি কৰা মানুহক সমালোচনা কৰাটো সহজ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘ৰাজনৈতিক নেতাৰ বিৰুদ্ধে আন্দোলন কৰাটো সহজ, যেতিয়া ৰাজনীতি কৰিব আহিব তেতিয়া ইয়াৰ প্ৰত্যাহ্বানৰ চৰিত্ৰটো নিজেই অনুভৱ কৰিব।‘

ইপিনে, নতুন ৰাজনৈতিক দলৰ আহ্বায়ক ৰাজু ফুকনে আৰোগ্য নিধিৰ জৰিয়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চান্দা তোলা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হিমন্তই।

তেওঁলোকে কয় ‘আৰোগ্য নিধিৰ চান্দা তোলা, আৰু ৰাজনৈতিক দলৰ চান্দা তোলাৰ মাজত যি পাৰ্থক্যটো বুজি নাপায় তেওঁলোকৰ  লগত বিতৰ্ক কৰি কি পাব?’

‘আৰোগ্য নিধিৰ টকা খৰচ হ’লেহে হিচাপ দিব, ১০০ টকাৰ ১০০ টকাই জমা হৈ আছে। হিচাপ খৰচ কৰিলেহে বিচাৰে। ৰচিদ বহীৰ হিচাপ বিলাক ওলাবনে নাই? কিমান ৰচিদবহী প্ৰিণ্টিং হ’ল, সেইবিলাকৰ হিচাপ আছে নে নাই?’ হিমন্তই প্ৰত্যাহ্বান জনাই কয়।

ভৱিষ্যতবাণী কৰি হিমন্তই কয় ‘যদি ৭০০-১৫০০ ভোট পায় তেন্তে আপোনালোকে নক’ব আকৌ ইভিএমত যাদু চলিল বুলি ।‘

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd