• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সভ্য সমাজত মানুহক হত্যা কৰি বেদখলমুক্ত কেতিয়াও কৰিব নোৱাৰি’ :লুৰীণজ্যোতি গগৈ

ছিপাঝাৰৰ ঢলপুৰত উচ্ছেদ কৰা সকলক পুনৰ সংস্থাপনৰ দাবী লুৰীণজ্যোতি গগৈৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
September 25, 2021 7:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘সভ্য সমাজৰ কাৰণে মানুহক হত্যা কৰি বেদখলমুক্ত কেতিয়াও কৰিব নোৱাৰে। মৃতদেহৰ ওপৰত অতি বৰ্বৰভাৱে গুৰিয়াই, লাঠিচালনা কৰি সমগ্ৰ পৃথিৱীৰ সন্মুখত অসমীয়া লোকক লজ্জিত কৰিলে’। ছিপাঝাৰৰ ঢলপুৰত চলা উচ্ছেদক লৈ এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

ইপিনে, ছিপাঝাৰৰ ঢলপুৰত উচ্ছেদ কৰা সকলক পুনৰ সংস্থাপনৰ দাবী লুৰীণজ্যোতি গগৈৰ।

তেওঁ কয় ‘উচ্ছেদিত লোকসকল যদি ভাৰতীয় নাগৰিক হয় তেন্তে তেওঁলোকক পুনৰ সংস্থাপিত কৰিব লাগিব। এইটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা। তেওঁলোক এতিয়ালৈকে বিদেশী বুলি প্ৰমাণিত হোৱা নাই। বিদেশী ঘোষণা বিদেশী ন্যায়াধীকৰণ আৰু NRC য়ে কৰিব।‘

Apply Now

তাৰোপৰি, উচ্ছেদৰ সময়ত কোনো লোক যাতে সমস্যাৰ সন্মুখীন নহয় বা মৃত্যুমুখত নপৰে সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব বুলিও গগৈয়ে কয়।

‘কিন্তু ঢলপুৰৰ গৰুখুঁটিত ২ গৰাকী লোকৰ মৃত্যু আৰু আৰক্ষী আহত হোৱাটোৱে চৰকাৰৰ সম্পূৰ্ণ ব্যৰ্থতা উদঙাই দিছে’। গগৈয়ে এইদৰে কয়।

ইপিনে, খোদ মুখ্যমন্ত্ৰীয়ে উচ্ছেদিত লোকক ৬-৭ বিঘা মাটি দিব বুলি ঘোষণা কৰিছিল বুলি উল্লেখ কৰি গগৈয়ে লগতে কয় ‘অৰ্থাৎ চৰকাৰৰ মতে তেওঁলোক বিদেশী হয় নে নহয় প্ৰমাণিত হোৱা নাই। কিন্তু সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰি এক ভাঙোনমুখী পৰিবেশৰ সৃষ্টি কৰিবলৈ প্ৰায়বোৰ লোক উঠি পৰি লাগিছে।‘

বৃহস্পতিবাৰৰ দিনটোত ৬০০ মানুহ থকা অঞ্চলত ১০ হাজাৰ লোক কেনেকৈ সমবেত হ’ল তাৰো এক উচ্চ পৰ্য্যায়ৰ তদন্ত হ’ব লাগে বুলি লুৰীণজ্যোতি গগৈয়ে দাবী তোলে।

গগৈয়ে আৰু কয় ‘উচ্ছেদিত মাটিসমূহত কাৰোবাৰ ৰঙা চকু আছে নেকি? এই প্ৰশ্নও মানুহৰ মাজলৈ আহিছে। কোনোবাই ছ’চাইটিৰ হতুৱাই মাটি দখল কৰিব নেকি? য’ত বেদখল হৈছে তাত উচ্ছেদ হ’ব লাগিব। এইখিনি ঠাইতে উচ্ছেদ কৰি কেৱল যাতে থমকি নৰয়’।
তদুপৰি, সত্ৰৰ মাটি বেদখলমুক্ত কিমান হ’ল তাৰ শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ চৰকাৰক দাবী তুলি লগতে কয় ‘তিনিচুকীয়া জিলাতো ৪ লাখ বিঘাতকৈ অধিক মাটি বেদখল হৈ আছে সেইখিনি কেতিয়া উচ্ছেদ কৰিব?’

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm
মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd