• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বুমৰাহ-চিৰাজৰ দুৰ্দান্ত বলিঙৰ পিছতো সুযোগ লোৱাত ব্যৰ্থ! স্নায়ুচাপ উফৰাই যুঁজত লায়ন-বোলাণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2024 3:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চতুৰ্থ দিনটো ভাৰতে যিদৰে আৰম্ভ কৰিছিল, কিন্তু শেষটো সেইদৰে নহ’ল। দিনটোৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াৰ ইনিংছ তাচপাতৰ ঘৰৰ দৰে ভাঙি পৰিছিল। বলিঙেৰে পুনৰ জিলিকি উঠে যশপ্ৰীত বুমৰাহ। এটা সময়ত অষ্ট্ৰেলিয়াৰ স্ক’ৰ আছিল ৯১-৬। সেই পৰিস্থিতিৰ পৰাই অষ্ট্ৰেলিয়াই টেইল এণ্ডাৰৰ শক্তিৰে এক বৃহৎ প্ৰত্যাৱৰ্তন ঘটালে।

অষ্ট্ৰেলিয়াৰ নৱম উইকেটৰ পতনৰ পাছত ভাৰতীয় বলাৰসকলে প্ৰায় ১৮ অভাৰ বলিং কৰাৰ পাছতো তেওঁলোকৰ অন্তিমটো উইকেট দখল কৰাত ব্যৰ্থ হয়। চতুৰ্থ দিনৰ শেষত অষ্ট্ৰেলিয়াই ৯ উইকেটত ২২৮ ৰান স্ক’ৰ কৰে। অগ্ৰগতি ৩৩৩ ৰানৰ।

Apply Now

৯ উইকেটত ৩৫৮ ৰান সংগ্ৰহ কৰি চতুৰ্থ দিনা খেলিবলৈ নামে ভাৰতে। কালিৰ নায়ক নীতিশ ৰেড্ডীয়ে ১০৫ ৰানত অপৰাজিত আছিল। আজি নাথান লায়নৰ বলত ষ্টাৰ্কৰ হাতত কেচ তুলি দি ১১৪ ৰানত উভতি যায়। ভাৰতৰ প্ৰথম ইনিংছ ৩৬৯ ৰানত শেষ হয়। ১০৫ ৰানৰ অগ্ৰগতিৰে ক্ৰীজত নামে অষ্ট্ৰেলিয়াই। কিন্তু বুমৰাহে মূৰ দাঙি উঠিবলৈ নিদিলে। আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁ কিয় এই মুহূৰ্তত ভাৰতৰ শ্ৰেষ্ঠ বলাৰ।

ছেম কনষ্টাসক ৮ ৰানত আউট কৰে বুমৰাহে। উছমান খোৱাজাক ছিৰাজে ২১ ৰানত ক্লীনবোল্ড কৰে। প্ৰথম ইনিংছত শতক অৰ্জন কৰা ষ্টিভ স্মিথৰ গুৰুত্বপূৰ্ণ উইকেটটোও ছিৰাজে লয়। তেওঁ ১৩ ৰানত আউট হয়।

ইয়াৰ পিছতে ট্ৰেভিছ হেডক আউট কৰি বুমৰাহে আটাইতকৈ ডাঙৰ আঘাত হানে। দুয়োটা ইনিংছতে ব্যৰ্থ হয় হেড। ২টা বলত মাত্ৰ ১ ৰান সংগ্ৰহ কৰি ড্ৰেছিং ৰুমলৈ উভতি যায় হেড। বুমৰাহে দ্ৰুতগতিত মিচেল মাৰ্ছ আৰু এলেক্স কেৰীক আউট কৰি ৪টা উইকেট দখল কৰে।

তিনি নম্বৰত নামি এটা দিশ ধৰি ৰাখিলে মাৰ্নাছ লাবুশ্বানে । কেপ্তেইন পেট কামিন্সৰ সৈতে যুটী বান্ধি দলটোক পতনৰ পৰা ৰক্ষা কৰে। ১৩৯টা বলত ৭০ ৰান সংগ্ৰহ কৰি ছিৰাজৰ বলত এলবিডব্লিউ আউট হয় লাবুশ্বান। কামিন্সে আঠ নম্বৰত নামি ৯০টা বল খেলি গুৰুত্বপূৰ্ণ ৪১ ৰান সংগ্ৰহ কৰে।

অৱশ্যে ভাৰতীয় বলাৰসকলে নাথান লায়ন আৰু স্কট ব’লেণ্ডক ঘূৰাই পঠিয়াবলৈ সংগ্ৰাম কৰিবলগীয়া হয়। দুয়োজনে প্ৰাচীৰ হৈ ৰ’ল। ৫৪ বলত ৪১ ৰানত অপৰাজিত থাকে লায়ন। ৬৫ বলত ১০ ৰান সংগ্ৰহ কৰি আছে বোলেণ্ডে। দিনটোৰ শেষত অষ্ট্ৰেলিয়াই ৩৩৩ ৰানত আগবাঢ়ি আছে।

অৱশ্যে ভাৰতে অষ্ট্ৰেলিয়াক আৰু কম ৰানত সীমাবদ্ধ কৰি ৰাখিব পাৰিলেহেঁতেন। উছমান খোৱাজা, মাৰ্নাছ লাবুশ্বান আৰু পেট কামিন্সৰ কেচ মিছ কৰি দলটোক ডুবাই পেলালে জয়ছোৱালে। ইয়াৰ বাহিৰেও নীতিশ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ আৰু ৰবীন্দ্ৰ জাডেজাক বলিং কমকৈ দিয়াৰ বাবে প্ৰশ্নৰ সন্মুখীন হ’ব ৰোহিত শৰ্মা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

August 30, 2026 8:12 am
এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

August 30, 2026 8:12 am
এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd